Online ITE Class- Indian Geography

Online ITE Class- Indian Geography

Assessment

Quiz

Geography

9th Grade

Hard

Created by

Nayan Talukdar

Used 3+ times

FREE Resource

Student preview

quiz-placeholder

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?

৩৩৮৭২৬৩ কিমি

৩১৮৭২৬৩ কিমি

৩২৮৭২৬৩কিমি

৩৪৮৭২৬৩কিমি

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম

উত্তৰ প্ৰদেশ

বিহাৰ

অসম

উৰিষ্যা

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ভাৰতবৰ্ষৰ আভ্যন্তৰীণ প্ৰব্ৰজন কেইপ্ৰকাৰৰ ?

এক

দুই

তিনি

চাৰি

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?

দ্বিতীয়

পঞ্চম

সপ্তম

নৱম

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমভূমিৰে আবৃত ?

৪৩.৩

১০.৭

১৮.৬

২৭.৭

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

তলৰ কোনখন হিমালয় অঞ্চলৰ বৈ অহা নদী নহয়

সিন্ধু

গংগা

গোদাবৰী

ব্ৰক্ষ্মপুত্ৰ

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

তলৰ কোনটো জলবায়ুৰ প্ৰধান উপাদান নহয়

উত্তাপ

বায়ুৰ চাপ

আৰ্দ্ৰতা

নদী

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?