Kampith class 8

Kampith class 8

Assessment

Quiz

Science

8th Grade

Hard

Created by

Himangshu Lahkar

Used 1+ times

FREE Resource

Student preview

quiz-placeholder

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

তলৰ কোনটো প্ৰদূষক প্ৰাকৃতিক উৎস নহয়?

আগ্নেয়গিৰী উদগীৰণ

বনজুইৰ ধোৱা

ধূলি

কলকাৰখানাৰ ধোৱা

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বায়ুমণ্ডলৰ অ'জন স্তৰ ধংশ কৰা মুখ্য গেছবিধ হ'ল

ক্ল'ৰ'ফ্লৰ'কাৰ্বন

চাইট্ৰিক অক্সাইড

কাৰ্বন মন' অক্সাইড

চালফাৰ ডাই অক্সাইড

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

তাজমহলৰ ওচৰে পাজৰে থকা যানবাহনে কোনটো মৌল নথকা পেট্ৰ'ল ব্যৱহাৰ কৰিব লাগে?

পাৰা

সীহ

কপাৰ

প্লেটিনাম

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

তলৰ কোনটো পানী বিশুদ্ধ কৰণ পদ্ধতি নহয়?

ফিল্টাৰ কৰা

উটলাই খোৱা

ক্লৰিনেচন

উৰ্ধপাতন

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বায়ুত অক্সিজেন গেছৰ পৰিমান কিমান?

78%

21%

0.03%

0.97%

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

বহুতো শ্বাসজনীত সমস্যাৰ কাৰণ

বায়ু প্ৰদূষণ

পানী প্ৰদূষণ

মাটি প্ৰদূষণ

শব্দ প্ৰদূষণ

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

মাৰ্বল কেন্সাৰৰ কাৰণ হ'ল

সেউজ গৃহ প্ৰভাৱ

বনজুই

এচিড বৰষুণ

জলচক্ৰ

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?