
4th round
Authored by Arunabh Patgiri
Other
University
Used 3+ times

AI Actions
Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...
Content View
Student View
40 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
অৱস্থা চাই ব্যৱস্থা
চাই চিতি উপায় কৰা
উচিত সময়লৈ বাট চোৱা
ভাল বেয়া বিচাৰ কৰি লোৱা
উচিত সময়ত কৰা কাম
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
অজীন পাতকী
মিলিব নোৱাৰা
নম্ৰ স্বভাৱৰ
সাহ নথকা লোক
বিদুৎসাহী
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
চকু লগা
অন্ধ ব্যক্তি
টোপনি অহা
মৃত্যু হোৱা
ওপৰে ওপৰে চোৱা
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
কথা গৰকা
ভালো বেয়া যি গমি চায়
ভাল বেয়া বিচাৰ নকৰা
এজনৰ কথা আনজনক লগোৱা
আলোচনা কৰা
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
গা ধৰা
শকত হোৱা
এলেহুৱা
নৰিয়াৰ পৰা উঠা
সন্তোষ পোৱা
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
চকু মুদা কুলি
প্ৰবঞ্চক
ফাকি দিয়া
ভালদৰে মন কৰা
চাই সন্তোষ নোপোৱা
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
কঁকাল বন্ধা
কামলৈ সাজু হোৱা
বুঢ়া হোৱা
টনকিয়াল হোৱা
ক্ষমতাহীন হোৱা
Access all questions and much more by creating a free account
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple
Others
Already have an account?