NEW
Font size
Worksheetsপ্ৰথম মূল্যায়ণ - সমাজ বিজ্ঞান
Total questions: 15
Worksheet time: 8mins
মায়ামৰা কি?
এখন সত্ৰ
এখন ঠাইৰ নাম
যাদু বিদ্যা
মানুহৰ নাম
সংহতি কি?
মানুহৰ নাম
বৈষ্ণৱ সত্ৰ
বৈষ্ণৱ সত্ৰ সমূহ ভাগ
ওপৰৰ এটাও নহয়
মোৱামৰীয়া বিদ্ৰোহ আৰাম্ভ হৈছিল-
১৯৪৪
১৯২০
১৭৬৯
১৭৫৭
কনষ্টান্তিনোপল কোনে হস্তগত কৰিছিল?
আফগaন সকলে
তুৰ্কী বাহিনীযে
ভাৰতীয় সকলে
ইউৰোপিয়ান সকলে
গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড কিমান চনত নিৰ্মাণ হৈছিল
১৯৮৫
১৮৩৯
১৮৪৫
১৮৫৬
অসমত সৰ্বাধিক দিন চলা বিদ্ৰোহটো নাম কি?
চিপাহী বিদ্ৰোহ
ফুলগুৰি ধাৱা
লেচাই বিদ্ৰোহ
মোৱামৰীয়া বিদ্ৰোহ
কোন আফ্ৰিকা মহাদেশৰ উত্তৰমশা অন্তৰীপত পোন প্ৰথম বাৰৰ বাবে সাগৰীয় পথে উপস্থিত হৈছিল?
ভাস্কু ডা গামা
উইলিয়াম হকিঙ
ৱাঠল ডি মিয়াজ
জন মিলডন হ’ল
আৰ্য সমাজৰ প্ৰতিস্থাপক কোন আছিল?
দয়ানন্দ সৰস্বতী
ৰাজা ৰাম মোহন ৰায়
গোবিন্দ ৰাণাডে
নৰেন্দ্ৰ নাথ দত্ত
মোৱামৰীয়া বিদ্ৰোহৰ মূখ্য কাৰণ আছিল -
ক্ষমতাৰ লালসা
শাসন পৰিৰ্বত
আহোমৰ সকলে অত্যাচাৰ
ওপৰৰ এটাও নহয়
আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
কবি ইকবাল
বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়
ৰূছো
ভল্টেয়াৰ
আৰ্য সমাজৰ মতে ধৰ্ম কি?
নীতি নিয়ম
পৰম্পৰা
বেদ যি লিখা আছে
ওপৰৰ এটাও নহয়
ভাৰতৰ প্ৰথম বাতৰি কাকত খনৰ নাম কি?
বেংগল গেজেট
প্ৰতিদিন
আনন্দ বাজাৰ পত্ৰিকা
দিক দৰ্শন
ডাঃ হেমিণ্টন কোনজন সম্ৰাটৰ বেমাৰ ভাল কৰিছিল
ছাহ আলমৰ
জাহাংগীৰ
আকবৰ
ফাৰুখছিয়াৰ
লৰ্ড কেনিংক কোন আছিল-
ভাৰতৰ শেষৰ জন গৱনৰ জেনেৰেল
ভাৰতৰ প্ৰথম ভাইচৰয়
ভাৰতৰ প্ৰথম জন গৱনৰ জেনেৰেল
ওপৰৰ প্ৰথম দুটাই উত্তৰেই শুদ্ধ
ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া সূচনা হৈছিল?
১৯৫৩
১৭৫৩
১৬৫৩
১৮৫৩
