Free Printable Worksheets
NEW
Font size
More settings
তলৰ কোনটো মৌলিক সংখ্যা নহয়
২৯
২৩
৩৯
৪১
সৰ্বাধিক কৰ'ণাত আক্ৰন্ত দেশ
ইটালী
স্পেইন
আমেৰিকা
ব্ৰিটেইন
দাক্ষিণাত্যৰ সৰ্ববৃহৎ নদী
গেদাবৰী
মহানদী
কাবেৰী
কৃষ্ণা
তিব্বতত ব্ৰহ্মপুত্ৰৰ নাম
চাংপো
পদ্মা
চিয়াং
দিহিং
কোন চনত ৰাষ্ট্ৰ সংঘ গঠন হৈছিল
১৯৪৫
১৯৫২
১৯৫০
১৯৫১
২,৪,,৮,১৬,৩২,৬৪?
১২৮
১৪০
১১০
১০৮
১০০-১
১৯৯
১০১
৯৯
০
ৰাজ্যপাল কাৰ ওচৰত দায়বদ্ধ
মুখ্যমন্ত্ৰী
ৰাষ্ট্ৰপতি
উপৰাষ্ট্ৰপতি
মেয়ৰ
ABC,BCA,EFG?
GFE
FEG
FGE
৩৫০ৰ ২০%
৮০
৫০
৭০
৬০