wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

কুইজ

Total questions: 20

Worksheet time: 10mins

Name
Class
Date
1.

"Freedom in exile"কাৰ আত্মজীৱনী

a)

বেনাজিৰ ভুট্টো

b)

নেলচন মেনডেলা

c)

বাৰ্টাণ্ড ৰাছেল

d)

১৪ ডালাই লামা

2.

তলৰ কোন জন ব্যক্তিয়ে দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল

a)

দেৱ আনন্দ

b)

শশী কাপোৰ

c)

ভূপেন হাজৰিকা

d)

ওপৰৰ আটাইকেইজন

3.

ভানু আথাইয়াই কোন খন বোলছবিৰ সাজসজ্জাৰ নক্সা প্ৰস্তুতকাৰী হিচাপে অস্কাৰ লাভ কৰিছিল

a)

গান্ধী

b)

ৰ'ক'

c)

গড মাডাৰ

d)

আৰ্থ

4.

চিন্টবাদ ধৰ্মৰ প্ৰচলন দেখা যায়

a)

জাৰ্মানী

b)

চীন

c)

জাপান

d)

ওপৰৰ এটাও নহয়

5.

গোৱাৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন?

a)

Pramod Sawant

b)

Monohar lal parikar

c)

Jai ram thakur

d)

Hemanta soren

6.

বিজু নৃত্য (BIZU dance) কোন জনগোষ্ঠীৰ বৈশিষ্ট্য

a)

কুকি

b)

চাকমা

c)

লেপচা

d)

ডিমাচা

7.

ৱাংগালা (wangala)উৎসৱ টো তলৰ কোনটো উৎসৱৰ লগত মিল আছে?

a)

মাঘ বিহু

b)

ন খোৱা

c)

ফাকুৱা

d)

ওপৰৰ এটাও নহয়

8.

চীনৰ প্ৰাচীৰ নিৰ্মাণ কৰাৰ মূল কাৰণ আছিল

a)

ৰোমৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ

b)

মোগলৰ শাসণৰ পৰা ৰক্ষা পাবলৈ

c)

মংগোলীয় শাসণৰ পৰাা ৰক্ষা পাবলৈ

d)

তিব্বতৰ পৰাা ৰক্ষা পাবলৈ

9.

দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ খনৰ নাম কি?

a)

কানাডা

b)

ব্ৰাজিল

c)

নাইজেৰিয়া

d)

আৰ্জেন্টিনা

10.

WHO ৰ ২০১৬ চনৰ তথ্য মতে ভাৰতীয় মানুহৰ গড় আয়ুস

a)

৭২·২ বছৰ

b)

৬৮·৩ বছৰ

c)

৬৫বছৰ

d)

৬২•৫ বছৰ

11.

তলৰ কোন খন যতিন্দ্ৰ নাথ দুৱাৰাৰ গ্ৰন্থ নহয়?

a)

বনফুল

b)

মিলন সুৰ

c)

আপোন সুৰ

d)

এমুঠি ধূলি

12.

তলৰ কোনটো এপলিকেশ্বন ১৩ দিনত ৫০ মিলিয়ন ডাউনলোড হৈছে

a)

NAYABANDHU

b)

Khelo India

c)

PAM JAY

d)

Arogya setu

13.

কোন খন ৰাজ্যত প্ৰত্যক্ষ ভাৱে কৰ'ণা ৰোগীক চোৱা চিতা কৰিলে প্ৰতি মাহে অতিৰিক্ত ১০হাজাৰ টকা স্বাস্থ্য কৰ্মীক দিয়া ব্যৱস্থা কৰা হৈছে ?

a)

অসম

b)

মহাৰাষ্ট্ৰ

c)

মধ্য প্ৰদেশ

d)

দিল্লী

14.

"SMILE "নামৰ প্ৰকল্পটো কোন খন ৰাজ্যত বৰ্তমান শিক্ষাৰ ক্ষতি নহ'বলৈ মুকলি কৰা হৈছে?

a)

অসম

b)

দিল্লী

c)

ৰাজস্থান

d)

কেৰেলা

15.

সতী সাধনিৰ স্বামীৰ নাম আছিল

a)

ধৰ্মপাল

b)

নীতি পাল

c)

গোপাল

d)

বীৰ পাল

16.

ৰাতি সাগৰত চলা জাহাজ বোৰৰ ওজন দিনৰ ভাগতকৈ

a)

বেছি

b)

কম

c)

সমান

17.

কোন খন বোলছবিৰ দৃশ্য

a)

Rustom

b)

Kesari

c)

Mission mangal

d)

Pad man

18.

গীতৰ ৰচক কোন

a)

ৰুদ্ৰ বৰুৱা

b)

কেশৱ মহন্ত

c)

খগেন মহন্ত

d)

জয়ন্ত হাজৰিকা

19.

কোন খন বোলছবিৰ ডাইলগ

a)

Housfull 2

b)

Housefull 4

c)

Baghi2

d)

Pad man

20.

বকুল বনৰ কবি বুলি কাক কোৱা হয়?

a)

যতিন্দ্ৰ নাথ দুৱৰা

b)

গোলাপ বৰা

c)

ৰঘুনাথ চৌধুৰী

d)

ওপৰৰ এটাও নহয়