NEW
Font size
WorksheetsLTQ DAY 2
Total questions: 20
Worksheet time: 11mins
1) In which INDIAN city the corona virus outbreak was detected for first time?
ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম কোৰোনা ভাইৰাছ আক্ৰান্ত পোৱা গৈছিল ?
MAHARASHTRA
KERALA
DELHI
KARNATAKA
WHO Stand For -
WHO ৰ সম্পূৰ্ণ নামটো কি?
WORLD HALTH ORGANIZATION
WORLD HEALTH ORGANIJATION
WORLD HEALTH ORGANIZATION
WORLD HELP ORGANIZATION
“বৃহত্তৰ ভাৰত” কথাষাৰে কি বুজায় ?
The term “Greater India” denotes
ৰাজনৈতিক একতা/Political Unity
সাংস্কৃতিক একতা/Cultural Unity
ধৰ্মীয় একতা/Religious Unity
সামাজিক একতা/Social Unity
ভাৰতীয় দণ্ডবিধি কাৰ্যকৰী কৰা হৈছিল-
Indian Penal Code came into operation in
1858
1860
1859
1862
What is the unit of Power ?
শক্তিৰ একক কি ?
Joule / জুল
Kg/m
Newton / নিউটন
Watt / ৱাট
What is the speed of light ?
পোহৰৰ গতি বেগ কিমান ?
3x108 m/sec2
3x108 m/sec
3x1018 m/sec2
3x1018 m/sec
কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয় ?
What is the brain of computer ?
CPU
UPS
Monitor
All of above
WWW stands for ?
WWW মানে কি বুজোৱা হয় ?
World Web Wide
World Wide Web
Wide Web World
Wide World Web
NASA stands for ?
NASA ৰ সম্পূৰ্ণ নাম টো কি ?
National Aronatics and space administration
National Aeronautics and spece administration
National Aeronautics and space administration
None of above
What are commonly be used to perform many different types of calculation ?
কম্পিউটাৰত বিভিন্ন প্রকাৰৰ গণনা কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ?
Spreadsheets
slides
Word document
All of these
ঢোলৰ মাৰিডালৰ অন্য এটা নাম হ’ল -
Another name of the stick (Maari) used to play Dhol -
মালিতা / Maalita
মলিতা / Molita
মাহিতা / Maahita
মহিতা / Mohita
বৰদৈচিলা (বৰ-দৈ-চিখলা)ৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থটো হৈছে--
Actual meaning of the word Bordoishila
বতাহ-পানী-ছোৱালী / Botah-Pani-Sowali
দৰা-দধি-কইনা / Dora-Dodhi-Koina
ধুমুহা-গাজনি-বৰষুণ / Dhumuha-Gajoni-Barakhun
বতাহ-ঢেৰেকনি-বৰষুণ / Botah-Dherekoni-Borokhun
Which of the following is an antivirus program ?
তলৰ কোনটো এন্টি ভাইৰাছ ছফ্টোৱেৰ ?
Norton
Avira
Avast
All of these
Computer Viruses are -
কম্পিউটাৰ ভাইৰাছ হল -
Man Made / মানুহে বনোৱা
Naturally Occur / প্ৰকৃতিৰ পৰা অহা
Machine Made / যন্ত্ৰই বনোৱা
All of the Above / সকলো
Passwords are used to improve the –
পাছৱোৰ্ড কিহৰ বাবে দিয়া হয় ?
Longevity of Network / দীৰ্ঘদিনীয়া নেটৱোৰ্ক
Security / সুৰক্ষা
Performance / সেৱা বঢ়োৱা
Flexibility / সহজলভ্য কৰা
ৰেডক্লিফ ৰেখা কোন দুখন দেশৰ সীমাৰেখা?
Radcliffe line is a boundary between?
ভাৰত আৰু পাকিস্তান (India and Pakistan)
ভাৰত আৰু আফগানিস্তান (India and Afghanistan)
ভাৰত আৰু চীন (India and China)
ভাৰত আৰু ম্যানমাৰ (India and Myanmar)
পৰিকল্পনা আয়োগৰ অধ্যক্ষ -
The chairman of planning commission is -
ৰাষ্ট্ৰপতি (President)
বিত্তমন্ত্ৰী (Finance Minister)
প্ৰধানমন্ত্ৰী (Prime Minister)
গৃহমন্ত্ৰী (Home Minister)
Don’t make so much noise. Ram ………………… to study for his exam. (Feel in the blank)
Try
Tires
Tired
Is trying
3
4
5
12
তলৰ কোনটো চাইবাৰ ক্ৰাইম বুলি ধৰা হয়?
Which one is considered as cyber crime ?
বেলেগৰ নাম লৈ ফেচবুক একাউন্ট খোলা / Open Facebook account by taking name of other person.
আনক ফোন কৰি অসুবিধা দিয়া / Disturb others using Phone Call
আনৰ পাছৱোৰ্ড চুৰ কৰা / Steal other’s password.
All of the above / সকলো বোৰ
