NEW
Font size
Worksheetsঅনলাই কুইজ
Total questions: 20
Worksheet time: 10mins
প্ৰাকৃতিক বেমাৰৰ পৰা ৰক্ষা পাবলৈ অৰুণাচলৰ গালোং সম্প্ৰদায় লোকে পালন কৰা উৎসৱ বিধ হ'ল
মপিন
ইডু মিচিমি
জুমু
ভথেলি
ইটো সিটো বহুতো, ডা: বেজবৰুৱা,ললিতা আদি বহুতো বোল ছবিৰ পৰিচালন কৰা অসমীয়া ছবি জগতৰ পৰিচালক জন হ'ল
মুনীন বৰুৱা
ব্ৰজেন বৰুৱা
প্ৰমথেশ বৰুৱা
ভবেন্দ্ৰ নাথ শইকীয়া
মীৰাবাঈ,বায়নৰ খোল আদি গ্ৰন্থৰ ৰচক আৰু অসম সাহিত্য সভাৰ প্ৰতীকৰ লগত সম্পৰ্ক থকা এই জন সাহিত্যিকৰ নাম কি?
যজ্ঞেশ্বৰ শৰ্মা
যোগেশ দাস
যুগল দাস
জ্ঞানভিৰাম বৰুৱা
অমিলটো বাচক
৭৮=২
৩৭=১
৮৬=৫
৮৮=৭
কোন জন আহোম ৰজাৰ দিন লাচিত বৰফুকনে মোগল সেনাপতি ৰাম সিংহক পৰাস্ত কৰিছিল?
উদয়াদিত্য সিংহ
চক্ৰৰধ্বজ সিংহ
ৰুদ্ৰ সিংহ
গদাধৰ সিংহ
IPL ক বাদ কৰি শচীন তেণ্ডুলকাৰে খেলা একমাত্ৰ T-20 খেল খন কোন দেশৰ বিৰুদ্ধে খেলিছিল
শ্ৰীলংকা
দক্ষিণ আফ্ৰিকা
ইংলেণ্ড
বংলাদেশ
A,B তকৈ ডাঙৰ কিন্তু C তকৈ সৰু৷ D,Aতকৈ সৰু কিন্তু B তকৈ ডাঙৰ কোন আটাইতকৈ সৰু
A
B
C
D
১৯৫৩ চনত শ্বিলংত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি কোন আছিল?
ভূপেন হাজৰিকা
হেমচন্দ্ৰ বৰুৱা
নৱকান্ত বৰুৱা
সূৰ্য কুমাৰ ভূঁঞা
বিশ্ব কাপ হকী প্ৰতিযোগিতা ১৯৭৫ প্ৰথম বাৰৰ ভাৰত বিজয় হৈছিল ইয়াৰ আগতে এবাৰ ফাইনেল প্ৰবেশ কৰিছিল যদিও পৰাস্ত হৈছিল ৷এতিয়া প্ৰশ্ন হ'ল কোন দেশৰ হাতত পৰাস্ত হৈছিল?
পাকিস্তান
হলেণ্ড
জাৰ্মানী
ইংলেণ্ড
কোনটো কোম্পানিয়ে কভিড ১৯ ৰোগীক চিকিৎসাৰ বাবে (plasmabot)প্লাজমাবোট নামৰ চিকিৎসা পদ্ধতি নিৰ্মাণ কৰিছে?
IBM
Microsoft
Sony
Adobr
২০১৯ বৰ্ষত অস্কাৰ দৌৰত নমা বলিউডৰ বোলছবি খনৰ নাম
Village rockstar
Gully boy
Newton
Crime time
ফকৰাটো সম্পূৰ্ণ কৰক :আগ নুগুণি গুণে পাছ, ---------------
লোভত মৰে বৰষিৰ মাছ
তেহে পাবা সমজুৱা লাজ
তেনে লোকৰ থগেই কাজ
বিপদৰ সময়ত পাবা লাজ
ভাৰতৰ জাতীয় আয় গণনা কৰা সংগঠন হ'ল
NSO
NCC
CSO
RBI
প্ৰথম অৰ্থনৈতিক পৰিকল্পনা গ্ৰহণ কৰা দেশ হ'ল
ভাৰত
ইংলেণ্ড
আমেৰিকা যুক্তৰাষ্ট্ৰ
ছোভিয়েট ৰাছিয়া
সেউজ বিপ্লৱৰ ফলত কোনটো খাদ্যৰ উৎপাদন আটাইতকৈ বেছি হৈছিল?
ধান
জেৱাৰৰ
ঘেঁহু
সৰিয়হ
গ্ৰন্থ খনৰ লিখক জনে ২০১৯ বৰ্ষত এটা বিশেষ বঁটা লাভ কৰিছিল বঁটাটোৰ নাম কি?
অস্কাৰ
জ্ঞানপীঠ
বুকাৰ
নবেল বঁটা
মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ পিতৃৰ নাম আছিল
সদানন্দ দ্বিজ
হৰিহৰ কণ্ডলি
গজেন্দ্ৰ দেৱ
ৰমানন্দ দাস
পঞ্জাব নেচনেল বেংকৰ লগত সংযুক্ত হোৱা বেংক হ'ল
অৰিয়েন্টেল বেংক অফ কমাৰ্চ
ইউনাইটেড বেংক অফ ইণ্ডিয়া
ওপৰৰ দুয়োটা
ওপৰৰ এটাও নহয়
ভাৰতত চৰ্চা হোৱাৰ আগত "ডালগনা কফি" এখন দেশত "qurantine drink "হিচাপে প্ৰচলন হৈছিল দেশ খনৰ নাম কি?
ইংলেণ্ড
চীন
দক্ষিণ কুৰিয়া
জাৰ্মানী
"ৰঞ্জু হাজৰিকা" কাৰ চদ্ম নাম?
ৰাতুল হাজৰিকা
কুমুদ হাজৰিকা
তিলক হাজৰিকা
ভবেন হাজৰিকা
