WorksheetsBrainQ Bjborah 2
Total questions: 25
Worksheet time: 13mins
Rustom-2 কি?
Missile
Machine Gun
Naval Ship
Unmanned air vehicle
আজাদ হিন্দ ফৌজৰ জন্ম দাতা কোন?
সুভাষ চন্দ্ৰ বসু
ৰাস বিহাৰী বসু
হবিবুৰ ৰহমান
কৰ্ণেল ধীলন
নাৰায়ন দাস কি নামেৰে জনাজাত?
ঠাকুৰ গোপাল
যোগী
ঠাকুৰ আতা
গোপাল আতা
কবিতাটি কোনজন মহান ব্যক্তিৰ সোঁৱৰণত ৰচনা কৰিছিল?
বিষ্ণু ৰাভা
জ্যোতিপ্ৰসাদ আগৰৱালা
ভূপেন হাজৰিকা
অম্বিকাগিৰি ৰাইচৌধুৰী
চিনাক্ত কৰা :
প্ৰেমচান্দ
বংকিম চন্দ্ৰ চেটাৰ্জী
বিষ্ণু শৰ্মা
শৰৎ চন্দ্ৰ চেটাৰ্জী
বেটচমেনজন কোন?
শিৱনাৰায়ন চান্দৰ প'ল
এ বি ডেভিলিয়াৰ্ছ
এলিষ্টাৰ কুক
কেভিন পেটাৰছন
চতুৰ্থ ফটোখনত কি নাম বহিব?
চৈয়দ কিৰামনি।
ফাৰুক ইঞ্জিনিয়াৰ।
কৃষ্ণমাচাৰি শ্ৰীকান্ত।
মহিন্দৰ অমৰনাথ।
ঘানা পক্ষী উদ্যান:
মধ্য প্ৰদেশ
ৰাজস্থান
পশ্চিম বংগ
কেৰেলা
দক্ষিণ গংগোত্ৰী এটা___
অন্ধ প্ৰদেশৰ এটা নদী উপত্যকা
গংগাৰ দ্বিতীয় উৎস
মেৰু অঞ্চলৰ ভাৰত মহাসাগৰৰ এটা দ্বীপ
দক্ষিণ ভাৰতৰ এটা হ্ৰদ
হিন্দুস্তান সাৰ নিগম
শিৱসাগৰ
দুলীয়াজান
ডিগবৈ
নামৰূপ
BOD ৰ সম্পূৰ্ণ নাম --
Biological Oxygen Demand
Biological Oxygen Deficiency
Botanical Oxygen Demand
Biological Oxygen Determined
Silent Valley Movement ৰ লগত জড়িত ৰাজ্যখন :
Kerala
Tamil Nadu
Uttar Pradesh
Karnataka
Select the closely related image :
Related to
Mother Teresa
Jaliwanawalabag
Florence Nightingale
Malabar
Name of the country where this spot is....
Nepal
Bhutan
India
Malaysia
IDENTIFY
Melbourne
Cape Town
Lords
Sidney
Which sports will match with this Figure
Football
Cricket
F1 Racing
Tennis
His actual name is
Enrique Martín Morales.
Christopher Edwin
Robert Sylvester Kelly
Calvin Cordozar Broadus
Name of this Famous Umpire is...
Dickie Bird
Marias Erasmus
Tony Hill
Darell Hair
Where is it?
Olympia
Ephesus
Halicarnassus
Alexandria
কোনটো স্থান?
মহাভৈৰৱ মন্দিৰ
উমানন্দ
নাগশংকৰ
গাংমৌ ঠান
Identify the Brand.
Timberland
Mulberry
Dabur
Malibu
এটা Enzymeৰ নামানুসৰি নামাকাৰণ কৰা Productটো হ'ল
Livsav
Limca
Lactogen
Pepsi
Calcium hypochlorite ক আমি কি বুলি জানোঁ?
ব্লিচিং পাউডাৰ
ফেনাইল
ডি ডি টি
ইউৰিয়া
এই সঁজুলিবিধৰ নাম কি😎😎
পলঃ
জুলুকি
উভতি
ঘণী
