WorksheetsBrainQ #সাহিত্য
Total questions: 11
Worksheet time: 6mins
"নীলকণ্ঠ, দীনবন্ধু, পাণ্ডুলিপি, আম্ৰপালি, অৰণ্যত গধূলি, মণিকূট, অমৃত, বন্দীশাল, বিষকুম্ভ, অন্ধকূপ, স্বৰ্গৰ দুৱাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ-মন্থন,বৃন্দাবন, প্ৰতিবিম্ব " আদি নাটকৰ নাট্যকাৰ :
মাৰ্ক টোৱেনৰ প্ৰকৃত নাম:
চিডনি প'ৰ্টাৰ।
উইগ' ভকচন।
চেমুৱেল ক্লেমেঞ্চ।
চাৰ্লচ উইলকিনচ ।
"The Second World War" ৰ লিখক :
আব্ৰাহাম লিংকন।
উইনষ্টন চাৰ্চিল।
জন কেনেডী।
জৰ্জ ৱাশ্বিংটন।
গুণমালা হ'ল:
কীৰ্তনৰ সংক্ষিপ্তৰূপ।
ভাগৱতগীতাৰ সংক্ষিপ্তৰূপ।
ভাগৱতপুৰাণৰ সংক্ষিপ্তৰূপ।
মহাভাৰতৰ সংক্ষিপ্তৰূপ।
সঠিক নামটো--
মামৰে ধৰা তৰোৱাল
ফেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল
থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল
ফেং তাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল
প্ৰথম ক'ত প্ৰকাশ পাইছিল?
বিজুলীত
জোনাকীত
বাঁহীত
আৱাহনত
"অসমীয়া উপন্যাসৰ ভূমিকা" , "উপন্যাসৰ গতিধাৰা", "অসমীয়া নাট্য সাহিত্য" আদিৰ গ্ৰন্থাকাৰ:
তীৰ্থনাথ শৰ্মা
মহেশ্বৰ নেওঁগ
সূৰ্যকুমাৰ ভূঞা
সত্যেন্দ্ৰ নাথ শৰ্মা
প্ৰথম অসমীয়া চৰিত পুথিৰ লেখক :
দৈত্যাৰি ঠাকুৰ।
হেমসৰস্বতী।
হৰিবৰ বিপ্ৰ।
কলাপচন্দ্ৰ।
অমিল কি ?
পত্নী প্ৰসাদৰ ৰচনা কোনঠাইত হৈছিল?
গাংমৌ
বট্ৰদৱা
আলিপুৰ
কোচবিহাৰ
কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল?
চেনেহ জৰীৰ গাঁথি
মঞ্চলেখা
মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ
সোণালী জাহাজ
