Free Printable Worksheets
Font size
More settings
বৃন্দাবনী বস্ত্ৰখন বৰ্তমান কোন ঠাইত আছে ?
ৱাচিংটন
কলিকতা
শংকৰদেৱ কলাক্ষেত্ৰ
লণ্ডন
যোৰহাটৰ টোকলাইত চাহ গৱেষনা কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল ?
1912 চনত
1990
1900
1895
কনকলতা বৰুৱা কেতিয়া শ্বহীদ হয় ?
1945
1942
1947
1932
মানৰ প্ৰথম আক্ৰমন কেতিয়া হৈছিল ?
1817
1815
1823
1827
কেতিয়া গড়গাওঁ ত আহোমৰ ৰাজধানী স্থাপন কৰা হৈছিল ?
1539
1523
1529
1542