NEW
Font size
Worksheets27 march
Total questions: 10
Worksheet time: 5mins
১/ কমনৱেলথ দিৱস কিমান তাৰিখে উদযাপন কৰা হয়?
২২মে'
২৩মে'
২৪মে'
২৫মে'
"লোকেল টু গ্ল'বেল " তলৰ কোন খন মেলাৰ বৰ্তমান থিম
হুনাৰ হাট
মেগা মাৰ্ট
চক বাজাৰ
বিগ বাজাৰ
ফেডাৰেচন অফ ইণ্ডিয়ান চেমবাৰ্চ অফ কমাৰ্চ এণ্ড ইন্দ্ৰাষ্টিৰ(FICCI) মহিলা সংগঠনৰ সভানেত্ৰী ৰূপে কাক নিযুক্তি দিয়া হৈছে?
কৰবী বৰদলৈ
জাহ্নৱী ফুকন
তমন্না গাৰ্গ
বিপাঞ্চি দত্ত
বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী মহিলা এথেলিট গৰাকীৰ নাম কি?
চেৰেনা উইলিয়ামচ
নৱামি অচাকা
মাৰিয়া চাৰাপ'ভা
ভেনাচ উইলিয়ামচ
বৰ্তমান চৰ্চা লাভ কৰা MSME ৰ সম্পূৰ্ণ ৰূপ কি?
Major,smart,mangment, energy
Micro,small and medium enterprises
Mini,small market energy
Micro Smart market industry
মণিপুৰৰ কোনটো NGOয়ে covid -19 ৰ মহামাৰীৰ সময়চোৱাত তৃতীয় লিংগৰ লোক সকলক সহায় কৰি ৰাষ্ট্ৰ সংঘত সমাদৰ লাভ কৰিছে?
নিনং
খুড'ল
লাইকেম
কাংনিং
"Everybody will get employment" বৰ্তমান কোন ৰাজ্য এই আঁচনি আৰম্ভ কৰা হৈছে?
মধ্য প্ৰদেশ
উত্তৰ প্ৰদেশ
বিহাৰ
কেৰেলা
বিশ্ব থাইৰড দিৱস কেতিয়া পালন কৰা হয়?
২৪ মে'
২৫মে'
২৬ মে'
২৭ মে'
কাংগৰা চাহ কোন ৰাজ্যত প্ৰস্তুত কৰা হয়?
হিমাচল প্ৰদেশ
অসম
চিকিম
অন্ধ্ৰ প্ৰদেশ
মিজোৰামত কোনটো বিভাগক ঔদ্যোগিক মৰ্যদা দিছে?
সংগীত
বানপানী
ক্ৰীড়া
স্বাস্থ্য
