WorksheetsDL-1 1st quiz test
Total questions: 7
Worksheet time: 14mins
Name
Class
Date
1.
স্বৰবৰ্ণৰ মাত্ৰা থকা বৰ্ণ কেইটা?
a)
৬ টা
b)
৭ টা
c)
৫ টা
d)
৮ টা
2.
"এইটো আমাৰহে পুখুৰী" বুলি কোনে কৈছিল ?
a)
কনকে
b)
সোনপাহিয়ে
c)
কনক আৰু সোনপাহিয়ে
d)
কোনোৱে নহয়
3.
ৰতনপুৰত কি কি বাজে ?
a)
ঢোল , পেপা
b)
খোল , বাঁহী
c)
পেপা , খোল
d)
ঢোল , খোল
4.
২, ৪, ৬ আৰু ৮ সংখ্যাকেইটাৰ আখৰিক ৰূপ ক্ৰমে
a)
দুই,চাৰি,ছয় আৰু আথ
b)
ডুই,চাৰি,ছয় আৰু আঠ
c)
দুই, চাৰি, ছয় আৰু আঠ
d)
দুই, চাৰি, চয় আৰু আঠ
5.
বৰষুণ হিৰ হিৰকৈ আহে।
a)
সঁচা
b)
মিছা
6.
ব্যঞ্জনবৰ্ণৰ শেষৰ বৰ্ণকেইটা ক্ৰমে------
a)
ক্ষ, ড়, ঢ়, য়
b)
ৎ, ং , ঃ, ঁ
c)
ৎ ঃ ং ঁ
d)
ৎ ং ঁ ঃ
7.
আকাশত কিহে গাজে?
a)
বৰষুণে
b)
বিজুলীয়ে
c)
বতাহে
d)
মেঘে
100 %
