Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Online quiz on Settlement

Total questions: 20

Worksheet time: 10mins

Name
Class
Date
1.

গ্ৰাম্য বসতিৰ মূল বৃত্তি কি ?

a)

বেপাৰ-বানিজ্য

b)

উদ্যোগ

c)

কৃষি

d)

গৱেষনা

2.

গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব-

a)

কম

b)

অধিক

c)

সমান

3.

ভাৰতৰ প্ৰায় কিমান শতাংশ লোক গাওঁত বাস কৰে ?

a)

৭০

b)

৮০

c)

৬০

d)

৫০

4.

কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ'ল-

a)

ৰৈখিক বসতি

b)

কেন্দ্ৰীভূত বসতি

c)

পাতল বসতি

d)

তৰাৰূপী বসতি

5.

বসতি প্ৰধানকৈ কেই প্ৰকাৰৰ ?

a)

৩

b)

২

c)

৪

d)

৫

6.

তলৰ কোনটো বৃত্তি নগৰীয়া বসতিৰ মানুহৰ জীৱিকাৰ প্ৰধান উপায় নহয়?

a)

বাণিজ্য

b)

উদ্যোগ

c)

কৃষি

d)

চাকৰি

7.

অসমত কিমানখন গাঁও আছে?

a)

২৫৫৮০

b)

২৫৫৯০

c)

২৪৫৯০

d)

২৫৪৯০

8.

সিন্ধু নদীৰ পাৰত থকা এখন চহৰ হ'ল-

a)

পাটনা

b)

হায়দৰাবাদ

c)

কাইৰো

d)

তেজপুৰ

9.

তলৰ কোনটো কাৰ্য "তৃতীয় বৃত্তি" ৰ অন্তৰ্গত-

a)

ওকালতি

b)

বেংকসেৱা

c)

শিক্ষকতা

d)

ওপৰৰ আটাইকেইটা

10.

অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা চহৰ এখন হ'ল-

a)

বেনাৰস

b)

পাটনা

c)

তেজপুৰ

d)

বাগদাদ

11.

কাইৰো চহৰখন কোনটো নদীৰ পাৰত অৱস্থিত ?

a)

গংগা নদী

b)

সিন্ধু নদী

c)

ব্ৰহ্মপুত্ৰ নদী

d)

নীলনদী

12.

"গৱেষনা" কোনটো বৃত্তিৰ অন্তৰ্গত-

a)

প্ৰাথমিক

b)

দ্বিতীয়

c)

তৃতীয়

d)

চতুৰ্থ

13.

নগৰীয়া বসতিৰ বৈশিষ্ট্য হ'ল-

a)

বসতি ঘন আৰু স্তূপীকৃত

b)

ব্যৱসায়-বাণিজ্যৰ সুবিধা বেছি

c)

যাতায়ত ব্যৱস্থা সুচল

d)

ওপৰৰ আটাইকেইটা

14.

মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়।

a)

হয়

b)

নহয়

15.

ভাৰতৰ প্ৰায় কিমান শতাংশ লোক নগৰত বাস কৰে?

a)

৭০

b)

৮০

c)

৬০

d)

৩০

16.

তলৰ কোনটো গাঁৱলীয়া বসতিৰ বৈশিষ্ট্য নহয় ?

a)

ব্যৱসায়-বাণিজ্যৰ সুবিধা বেছি

b)

বসতি পাতল আৰু বিস্তৃত

c)

যান-বাহনৰ সংখ্যা কম

d)

ব্যৱসায়-বাণিজ্যৰ সুবিধা কম

17.

বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিয়ে হ'ল-

a)

কেন্দ্ৰীভূত বসতি

b)

পাতল বসতি

c)

ৰৈখিক বসতি

d)

তৰাৰূপী বসতি

18.

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখন তলৰ কোনটো ভাগত পৰে ?

a)

উচ্চভূমি

b)

নিম্নভূমি

c)

দুয়োটা

d)

এটাও নহয়

19.

উচ্চভূমি অঞ্চলত ধান, মাকৈ, তিল, আলু, কচু, শাক-পাচলি,কমলা, মাটিকঁঠাল আদিৰ খেতি কৰা হয়।

a)

হয়

b)

নহয়

20.

গংগা নদীৰ পাৰত থকা এখন চহৰ হ'ল-

a)

বেনাৰস

b)

কাইৰো

c)

বেইজিং

d)

লণ্ডন