wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

অসমীয়া কুইজ

Total questions: 5

Worksheet time: 5mins

Name
Class
Date
1.

১/ প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল-

a)

মাধৱ কন্দলী

b)

শংকৰদেৱ

c)

মাধৱদেৱ

d)

হেমসৰস্বতী

2.

২/ হেমসৰস্বতীয়ে ৰচনা কৰা কাব্যকেইখন হ'ল-

a)

হৰগৌৰী সংবাদ

b)

প্ৰহ্লাদ চৰিত্ৰ

c)

সাত্যকি প্ৰৱেশ

d)

লৱ-কুশৰ যুদ্ধ

3.

৩/"প্ৰহ্লাদ চৰিত্ৰ" কাব্যখনত (a)   পদ আছে ৷

4.

৪/ "চৰ্যাগীতিকোষ" কাৰ ৰচনা ?

4 lines
5.

৫/ "ঝুমুৰা" সমূহৰ স্ৰষ্টা মাধৱদেৱ ৷

a)

হয়

b)

নহয়