WorksheetsProblems of Environment
Total questions: 15
Worksheet time: 8mins
গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল-
মিথেন
ক্ল'ৰফ্ল'ৰ' কাৰ্বন
নাইট্ৰাছ অক্সাইড
কাৰ্বন-ডাই-অক্সাইড
এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়-
মেৰু অঞ্চলত
অৰণ্য অঞ্চলত
ঔদ্যোগিক অঞ্চলত
ঘাঁহনি অঞ্চলত
পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে –
প্ৰায় ২০ শতাংশ
প্ৰায় ৩৫ শতাংশ
প্ৰায় ২৫ শতাংশ
প্ৰায় ৩০ শতাংশ
ভূ-পৃষ্ঠৰপৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে -
২৮০ কি.মি.
৫৮০ কি.মি.
৩৮০ কি.মি.
৪৮০ কি.মি.
গোলকীয় উত্তাপ বৃদ্ধি এটা -
স্থানীয় সমস্যা
আন্তঃৰাষ্ট্ৰীয় সমস্যা
আঞ্চলিক সমস্যা
ব্যক্তিগত সমস্যা
ভাৰতৰ পশ্চিম হিমালয় অঞ্চলত স্থানীয়ভাৱে গঢ়ি উঠা পৰিবেশ আন্দোলনটোৰ নাম -
চিপকো
বহনক্ষম
আমচাৎ
পৰিবেশ
বহনক্ষম উন্নয়ন হৈছে -
অৰ্থনৈতিক উন্নয়ন
বিবেচনা সম্পন্ন উন্নয়ন
পাৰিবেশিক উন্নয়ন
গোলকীয় উন্নয়ন
জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন প্ৰণয়ণ কৰে -
১৯৭৭ চনত
১৯৯৫ চনত
১৯৯১ চনত
১৯৭১ চনত
সেউজ গৃহ গেছ হ'ল-
কাৰ্বন-ডাই-অক্সাইড
মিথেন, জলীয় বাষ্প
নাইট্ৰাছ অক্সাইড
ওপৰৰ আটাইকেইটা
স্থলমণ্ডলে ভ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে ?
২৯%
৩৯%
৫৯%
৭১%
জলমণ্ডলে ভ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে ?
২৯%
৩৯%
৫৯%
৭১%
পৰিবেশৰ প্ৰধান উপাদান হ'ল-
মাটি
পানী
বায়ু
ওপৰৰ আটাইকেইটা
মাটি প্ৰদূষিত হোৱা বুলি বিৱেচিত কৰিব পাৰি-
মাটিৰ ৰংঙ সলনি হৈ যায়
গছ-গছনি ডাঙৰ নহয়
মাটিৰ গুণাগুণ নষ্ট হয়
মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু মাটিৰ গুণাগুণ নষ্ট হয়
প্ৰাকৃতিক পৰিবেশৰ উপাদান-
ৰাস্তা-ঘাট
পানী
চকী-মেজ
এটাও নহয়
অ'জন স্তৰ ক্ষয় হোৱাৰ প্ৰধান কাৰণ-
কাৰ্বন-ডাই-অক্সাইড
ছালফাৰ-ডাই-অক্সাইড
কাৰ্বন
ক্ল'ৰ'ফৰ কাৰ্বন
