NEW
Font size
S
M
L
XL
WorksheetsClass 4
Total questions: 10
Worksheet time: 5mins
Name
Class
Date
1.
তলৰ কোনটো ক্ৰিয়া পদ
a)
কিতাপ
b)
সাগৰ
c)
কন্দা
2.
তলৰ কোনটো ক্ৰিয়া পদ
a)
দূৰদৰ্শন
b)
খেলা
c)
বাকচ
3.
তলৰ কোনটো অব্যয় পদ নহয়?
a)
নাইবা
b)
আকৌ
c)
কিন্তু
d)
কেঁচা
4.
তলৰ কোনটো বিশেষণ পদ?
a)
ফুলনি
b)
ছোৱালী
c)
বৰ্ণ
d)
সুন্দৰ
5.
তলৰ কোনটো অব্যয় পদ?
a)
গানটো
b)
দুখীয়া
c)
বাঃ
6.
তলৰ কোনটো ক্ৰিয়া পদ?
a)
শিক্ষয়িত্ৰী
b)
মা
c)
ঘৰ
d)
পঢ়িছে
7.
ৰাখীয়ে চিলা উৰাইছে।
কোনটো ক্ৰিয়া পদ?
a)
ৰাখীয়ে
b)
চিলা
c)
উৰাইছে
8.
হেৰা ককাই, কোনফালে যোৱা?ইয়াত অব্যয় পদ কোনটো?
a)
ককাই
b)
হেৰা
c)
কোনফালে
d)
যোৱা
9.
তেওঁ এজন দুখীয়া মানুহ।
ওপৰৰ কোনটো বিশেষণ পদ
a)
তেওঁ
b)
দুখীয়া
c)
মানুহ
10.
তেওঁ মোৰ ঘনিষ্ঠ বন্ধু। ইয়াত ঘনিষ্ঠ শব্দটো কি পদ?
a)
বিশেষ্য
b)
বিশেষণ
c)
ক্ৰিয়া
d)
অব্যয়
Reset
