Free Printable Worksheets
Font size
More settings
১)কাক ইতিকিং কৰিব নালাগে?
নিঃকিন মানুহক
লেতেৰা মানুহক
ডাঙৰ মানুহক
সৰু ল'ৰাক
২)এটা বিসর্গ যুক্ত শব্দ হ'ল
ইতিকিং
মৰম
দুঃখ
লেতেৰা
৩)এশিঙীয়া গঁড় ক'ত পোৱা যায়?
অসমত
আফ্রিকাত
আমেৰিকাত
উৰিষ্যাত
৪)বাহীৰ মাত কেনেকুৱা?
কৰ্কশ
মধুৰ
ধুনীয়া
বেয়া
৫)যঁতৰত কোনে সূতা কাটিছে?
আইতাই
মায়ে
দেউতাই
ককাই
৬)কিহৰ পেঁপা বাজিছে?
ম'হৰ শিঙৰ
গৰুৰ
হৰিণাৰ
ছাগলীৰ