Free Printable Worksheets
NEW
Font size
More settings
১)পুষ্প মানে কি?
ফুল
কেম্প
জিহ্বা
লেম্প
২)নিশাই নিজকে কি বুলি কল্পনা কৰে?
পুলিচ
ডাক্তৰ
নার্চ
শিক্ষক
৩)আমাৰ জাতিৰ পিতা কোন?
জৱআহৰলাল নেহৰু
কোশল কোৱৰ
মহাত্মা গান্ধী
শিৱাজী
৪)মৃন্ময় মানে কি?
মাটিৰ বস্তু
কাঠৰ বস্তু
বাহৰ বস্তু
লোৰ বস্তু
৫)ক্লান্ত মানে কি?
ভাগৰুৱা
অধীৰ
নির্মল
ঢিলা
৬)প্লেটিনাম এবিধ কি?
ধাতু
বেমাৰ
খোৱা বস্তু
পাচলি
৭)বিল্ব মানে কি?
বিশ্ব
চেষ্টা
কষ্ট
বেল
View all
10 questions
Quick Quiz
Worksheet
•
1st - 5th Grade
7 questions
BANGLA GRADE 3 MODEL CLASS
3rd Grade
5 questions
Golpo - Amader choto nodi
2nd Grade