Worksheets4 2nd language Assamese
Total questions: 10
Worksheet time: 5mins
Name
Class
Date
1.
কুম্ভ ককাই কি কৰি থাকে?
a)
কাজিয়া
b)
লম্ফ - জম্ফ
c)
কম্পন কৰি থাকে
2.
যুক্তাক্ষৰ ভাঙা-- ম্ফ
a)
ম + ফ
b)
প + ফ
c)
ম্ + ফ
3.
তলৰ কোনটো ষ্প ৱ্যবহাৰ হোৱা শব্দ?
a)
ডম্বৰু
b)
পুষ্প
c)
সম্ভাষণ
4.
ডম্বৰু কোনে বজাই আছিল?
a)
ৰম্ভাই
b)
শম্ভুনাথে
c)
কুম্ভককাই
5.
ন্ধ -- যুক্তাক্ষৰ ভাঙা
a)
ব + ধ
b)
দ + ধ
c)
ন্ + ধ
6.
পুষ্প দাদাই কাগজত কি আঁকিব চেষ্টা কৰিছিল?
a)
জন্তু
b)
ভুমিকম্প
c)
গহ্বৰ
7.
কুম্ভ মানে কি?
a)
কঁপি থকা
b)
প্ৰতিবিম্ব
c)
কলহ
8.
ৰম্ভাই আইনাত কি চাইছিল?
a)
জিহ্বা
b)
গহ্বৰ
c)
প্ৰতিবিম্ব
9.
স্তম্ভ মানে কি বুজা?
a)
আচল
b)
নিমন্ত্ৰণ
c)
কম্পন
d)
খুঁটা
10.
কম্পন ৰ সমাৰ্থক শব্দ কি?
a)
পুষ্প
b)
গুহা
c)
তম্বু
d)
কঁপনি
100 %
