Font size
S
M
L
XL
WorksheetsQuiz Competition
Total questions: 5
Worksheet time: 3mins
Name
Class
Date
1.
Q. প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হ'ল-
a)
ক) প্ৰতিমা
b)
খ) বনকুঁৱৰী
c)
গ) বীণবৰাগী
d)
ঘ) লিতিকাই
2.
Q.নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি?
a)
ক) চৰ্যাপদসমূহ
b)
খ) প্রহ্লাদ চৰিত্ৰ
c)
গ) হৰিশচন্দ্ৰ উপাখ্যান
d)
ঘ) ওপৰৰ এটাও নহয়
3.
Q. তলৰ কোনটো ভিটামিনৰ অভাৱত Scurvy ৰোগটো হয় ?
a)
(A) ভিটামিন-A
b)
(B) ভিটামিন-B
c)
(C) ভিটামিন-C
d)
(D) ভিটামিন-D
4.
Q. ''Territorial Water” মানে
a)
(A) এখন দেশলৈ নদী, হ্রদ আদিৰ পৰা পোৱা পানী ।
b)
(B) আন দেশ সৰবৰাহ কৰা পানী ।
c)
(C) এখন দেশৰ কাষৰীয়া সাগৰৰ পানী ।
d)
(D) আন দেশৰ পৰা সংৰক্ষিত পানী ।
5.
অসমীৰে চোতালতে ৰ'দালীয়ে চেনেহতে
গানটোৰ গায়ক
a)
b)
c)
d)
Reset
