Free Printable Worksheets
NEW
Font size
More settings
আমাৰ গাওঁ কবিতাটিৰ কবিগৰাকীৰ নাম কি?
নৱকান্ত বৰুৱা
অতুলচন্দ্ৰ হাজৰিকা
ড° হীৰেন গোহাঁই
হাট মানে হ'ল
বজাৰ
অংগ
কাম
ৰচকী মানে সুন্দৰ।
সঁঁচানে মিছা?
সঁচা
মিছা
ৰ+উ=
ৰু
ৰূ
"আমাৰ গাওঁ " পদ্যটিত উল্লেখ নথকা বস্তুটো হ'ল
পখিলা
চৰাই
হাবি