Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Application of Assamese Language in Computer and New Media

Total questions: 12

Worksheet time: 20mins

Name
Class
Date
1.

ব্লগ(blog)ৰ 'Niche' বুলিলে কি বুজা ?

a)

ব্লগ(blog)ৰ প্ৰকাৰ

b)

ব্লগ(blog)ৰ বিষয়-বস্তু

c)

ব্লগ(blog)ৰ প্লেটফৰ্ম

d)

ব্লগ(blog)ৰ থীম(Theme)

2.

Wikimedia Foundation এ কোন চনৰ পৰা Wikipedia আৰম্ভ কৰিছিল?

a)

2000

b)

2001

c)

1999

d)

2003

3.

প্ৰুফ চাওঁতে বাক্য়ৰ মাজত ফাঁক দিবলৈ ব্য়ৱহাৰ কৰা চিহ্নটো-

a)

[ ]

b)

#

c)

=

d)

।।

4.

তলৰ কোনটো এটা Word Processing Program?

a)

Adobe Photoshop

b)

Adobe Indesign

c)

Microsoft Word

d)

Blogger

5.

অসম প্ৰকাশন পৰিষদৰ উদ্য়োগত এই বৰ্ষৰ ২১ ফেব্ৰুৱাৰীৰ দিনা মুকলি কৰা অসমীয়া ইউনিকড ফ্ৰন্টটো আৰু ৰূপান্তৰক(Converter)টোৰ নাম-

4 lines
6.

দুখন অসমীয়া বৈদ্য়ুতিন আলোচনীৰ নাম লিখা।

4 lines
7.

'শুধ অসমীয়া' আৰু 'নিকা অসমীয়া ভাষা' গ্ৰন্থৰ লেখকদ্বয়ৰ নাম-

4 lines
8.

দুটা অসমীয়া ভাষাৰ ৰূপান্তৰক (Non-Unicode to Unicode Converter)ৰ নাম-

4 lines
9.

দুটা অসমীয়া ইউনিকড ফ্ৰন্টৰ নাম লিখা।

4 lines
10.

দুটা blogging Platformৰ নাম লিখা

4 lines
11.

দুখন অসমীয়া চফ্টৱেৰ/অনলাইন অভিধানৰ নাম লিখা

4 lines
12.

'বিজ্ঞান লেখকৰ হাতপুথি' গ্ৰন্থৰ সম্পাদকৰ নাম লিখি তেখেতে লিখা এখন গ্ৰন্থৰ নাম লিখা।

4 lines