WorksheetsOnline ITE Class IX. Geography of Assam.
Total questions: 15
Worksheet time: 8mins
উত্তৰ-পূৰ্বাষ্ণলৰ প্ৰৱেশদ্বাৰ কি ?
তেজপুৰ
গুৱাহাটী
শ্বিলং
ইটানগৰ
ব্ৰহ্মপুত্ৰ উপত্যকা কিমান কিলোমিটাৰ দীঘল ?
520 K.M.
720 K.M.
400 K.M.
320 K.M.
ব্ৰহ্মপুত্ৰ উপত্যকা গড়ে কিমান কিলোমিটাৰ বহল ?
90 K.M.
70 K.M.
40 K.M.
80 K.M.
অসমত ব্ৰহ্মপুত্ৰ নদী ৰ মুঠ দৈৰ্ঘ্য কিমান ?
540 K.M.
640 K.M.
300 K.M.
100 K.M.
জীয়াভৰলী উপনৈখন ব্ৰহ্মপুত্ৰ নদী ৰ কোন পাৰত আছে ?
উত্তৰ পাৰ
দক্ষিন পাৰ
ওপৰৰ এটাও নহয়
জাঁজী উপনৈখন ব্ৰহ্মপুত্ৰ নদী ৰ কোন পাৰত আছে ?
উত্তৰ পাৰ
দক্ষিন পাৰ
ওপৰৰ এটাও নহয়
মাজুলী ৰ মুঠ মাটিকালি কিমান ?
122 বঃ কিমিঃ
422 বঃ কিমিঃ
322 বঃ কিমিঃ
522 বঃ কিমিঃ
অসমত বৰাক নদী ৰ মুঠ দৈৰ্ঘ্য কিমান ?
125 K.M.
225 K.M.
525 K.M.
200 K.M.
অসমত বছৰি কিমান ছেমিঃ বৰষুন হয় ?
100 C.M.
200 C.M.
150 C.M.
প্ৰায় 200 C.M.
মৃত্তিকা গঠনৰ প্ৰধান কাৰক কোনটো ?
গছ
জলবায়ু
পানী
বায়ু
অসমৰ অৰণ্যক কেই ভাগত ভাগ কৰিব পাৰি ?
2
4
6
5
2011 চনৰ লোকপিয়ল মতে, অসমৰ মুঠ জনসংখ্যা কিমান ?
22.16 নিযুত
31.16 নিযুত
80.16 নিযুত
16.16 নিযুত
আজাৰ গছ কি ধৰনৰ অৰণ্যত পোৱা যায় ?
নৈপৰীয়া
শুকান পৰ্নপাতী
ক্ৰান্তীয় চিৰসেউজীয়া
ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া
নামেৰী ৰাষ্ট্ৰীয় উদ্যান কি জিলাত অৱস্থিত ?
নলবাৰী
বৰপেটা
কামৰূপ
শোনিতপুৰ
মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?
100 বঃ কিমিঃ
200.00 বঃ কিমিঃ
500 বঃ কিমিঃ
340 বঃ কিমিঃ
