wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Kampith class 8

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

তলৰ কোনটো প্ৰদূষক প্ৰাকৃতিক উৎস নহয়?

a)

আগ্নেয়গিৰী উদগীৰণ

b)

বনজুইৰ ধোৱা

c)

ধূলি

d)

কলকাৰখানাৰ ধোৱা

2.

বায়ুমণ্ডলৰ অ'জন স্তৰ ধংশ কৰা মুখ্য গেছবিধ হ'ল

a)

ক্ল'ৰ'ফ্লৰ'কাৰ্বন

b)

চাইট্ৰিক অক্সাইড

c)

কাৰ্বন মন' অক্সাইড

d)

চালফাৰ ডাই অক্সাইড

3.

তাজমহলৰ ওচৰে পাজৰে থকা যানবাহনে কোনটো মৌল নথকা পেট্ৰ'ল ব্যৱহাৰ কৰিব লাগে?

a)

পাৰা

b)

সীহ

c)

কপাৰ

d)

প্লেটিনাম

4.

তলৰ কোনটো পানী বিশুদ্ধ কৰণ পদ্ধতি নহয়?

a)

ফিল্টাৰ কৰা

b)

উটলাই খোৱা

c)

ক্লৰিনেচন

d)

উৰ্ধপাতন

5.

বায়ুত অক্সিজেন গেছৰ পৰিমান কিমান?

a)

78%

b)

21%

c)

0.03%

d)

0.97%

6.

বহুতো শ্বাসজনীত সমস্যাৰ কাৰণ

a)

বায়ু প্ৰদূষণ

b)

পানী প্ৰদূষণ

c)

মাটি প্ৰদূষণ

d)

শব্দ প্ৰদূষণ

7.

মাৰ্বল কেন্সাৰৰ কাৰণ হ'ল

a)

সেউজ গৃহ প্ৰভাৱ

b)

বনজুই

c)

এচিড বৰষুণ

d)

জলচক্ৰ

8.

তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমোৱা গেছ বিধ হ'ল

a)

ছালফাৰ ডাই অক্সাইড

b)

কাৰ্বন মন'ক্সাইড

c)

নাইট্ৰজেন অক্সাইড

d)

কাৰ্বন ডাই অক্সাইড

9.

তলৰ গেছবোৰৰ কোনবিধ সেউজ গৃহ গেছ নহয় ?

a)

কাৰ্বন ডাই অক্সাইড

b)

মিথেন

c)

নাইট্ৰজেন

d)

নাইট্ৰাচ অক্সাইড

10.

পেট্ৰল আৰু ডিজেলৰ অৰ্ধদহনত উৎপন্ন গেছবিধ হ,ল-

a)

অক্সিজেন

b)

হাইড্ৰ'জেন

c)

ক্ল'ৰিণ গেছ

d)

কাৰ্বন মন'অক্সাইড