wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

KAMRUP BIDYAPITH HS

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

তলৰ কোনটো গোটে ড’বাৰেইনাৰৰ ট্ৰায়াড গঠন কৰে

a)

Li , Na, K

b)

Ca, Sr, Ba

c)

Cl, Br,I

d)

N,P, As

2.

তলৰ কোনটো মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,4

a)

ছিলিকন

b)

কাৰ্বন

c)

ছ’ডিয়াম

d)

অক্সিজেন

3.

তলৰ কোনটো মৌল আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ ত অন্তৰ্ভূক্ত নহয়

a)

Be

b)

Na

c)

Mg

d)

ca

4.

kr ৰ পাৰমানৱিক সংখ্যা হ’ল-

a)

10

b)

18

c)

36

d)

54

5.

অত্যাধিক ক্ষাৰকীয় অক্সাইড বিধি হ’ল

a)

MgO

b)

CaO

c)

SO2

d)

Na2O

6.

দ্বিতীয় পৰ্যায়ত বৃহত্তম পাৰমানৱিক আকাৰৰ মৌলটো হ’ল-

a)

ফ্লৰিন

b)

নাইট্ৰজেন

c)

নিয়ন

d)

লিথয়াম

7.

F, Cl ,Br, আৰু I মৌলকেইটা কোন বৰ্গৰ অন্তৰ্গত?

a)

14 বৰ্গ

b)

15 বৰ্গ

c)

16বৰ্গ

d)

17বৰ্গ

8.

মেণ্ডেলিভৰ মৌল শ্ৰেনীবিভাজনৰ ভিত্তি হ’ল-

a)

ভৌতিক অবস্থা

b)

ধাতু আৰু অধাতু

c)

পাৰমানৱিক সংখ্যা

d)

পাৰমানৱিক ভৰ

9.

নিয়নৰ যোজ্যতা কিমান?

a)

1

b)

3

c)

0

d)

2

10.

মৌল X য়ে XCl সংকেতৰ ক্ল’ৰাইড গঠন কৰে,ই উচ্চ গলনাংক যুক্ত এটা গোটাপদাৰ্থ । মৌল X তলত কোনটোৰে সৈতে একোটা বৰ্গতে থকাৰ সম্ভাৱনা সাবতোকৈ বেছি-

a)

Na

b)

Mg

c)

Al

d)

Si