wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Kampith 10 (Metal and Non Metal)

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

এন'ডীকৰণ হ'ল-

a)

কাৰ্বন বিজাৰণ পদ্ধতি

b)

জাৰণ পদ্ধতি

c)

বিদ্যুত বিজাৰণ পদ্ধতি

d)

এলুমিনিয়াম অক্সাইডৰ প্ৰলেপ দিয়া পদ্ধতি

2.

বিদ্যুতৰ পৰিবাহী এটা অধাতু হ'ল

a)

গ্ৰেফাইট

b)

হীৰা

c)

নাইট্ৰজেন

d)

ছালফাৰ

3.

প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু হ'ল

a)

এলুমিনিয়াম

b)

গ'ল্ড

c)

মেগনেছিয়াম

d)

ছডিয়াম

4.

এন'ড বোকা তলৰ কোনটো পদ্ধতিত উৎপন্ন হয়

a)

তাপজাৰণ

b)

দগ্ধীকৰণ

c)

ধাতুৰ শোধন

d)

ধাতু নিষ্কাশন

5.

তাপৰ আটাইতকৈ কম পৰিবাহী ধাতুটো হ'ল

a)

সীহ

b)

ৰূপ

c)

তাম

d)

সোণ

6.

পিতল কি কি ধাতুৰ সংকৰ

a)

কপাৰ আৰু জিংক

b)

কপাৰ আৰু টিন

c)

লেড আৰু টিন

d)

কপাৰ আৰু লেড

7.

আয়নীয় যৌগসমূহ কি বলৰ দ্বাৰা বান্ধ খাই থাকে

a)

ভান ডাৰ ৱাল বল

b)

বিদ্যুতস্থিতীয় আকৰ্ষণ বল

c)

সহযোজী বান্ধনি বল

d)

বিকৰ্ষণ বল

8.

আটাইতকৈ নমনীয় ধাতুটো হ'ল

a)

ৰূপ

b)

পাৰা

c)

সোণ

d)

তাম

9.

সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো

a)

ব্ৰমিন

b)

পাৰা

c)

সোণ

d)

ৰূপ

10.

এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছবিধ হ'ল

a)

হাইড্ৰ'জেন

b)

নাইট্ৰ'জেন

c)

অক্সিজেন

d)

কাৰ্বন ডাই অক্সাইড