Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Class 4 Assamese

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

ভাষাৰ ৰূপ কেইটা?

a)

১

b)

২

c)

৩

2.

আমি লিখি নিজৰ কথা আনক বুজাব নোৱাৰো

a)

শুদ্ধ

b)

অশুদ্ধ

3.

স্বৰবৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ ক'ব পাৰি

a)

হয়

b)

নহয়

4.

খালী ঠাই পূৰণ।


ৰ ___ ৱ

a)

য

b)

ল

c)

শ

5.

ছবিৰ নামৰ প্ৰথম আখৰ কিহেৰে আৰম্ভ ?

a)

স্বৰবৰ্ণ

b)

ব্যঞ্জনবৰ্ণ

6.

অসমীয়াত সৰ্বমুঠ বৰ্ণ কেইটা

a)

১১ টা

b)

৪১ টা

c)

৫২ টা

d)

৫১ টা

7.

ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ অংশটো কি

a)

শব্দ

b)

আখৰ

c)

বাক্য

8.

খালী ঠাই পূৰণ


ঝ __ ট ঠ

a)

ছ

b)

জ

c)

ঞ

9.

ৰেডিঅ শুনা কাৰ্য

a)

লিখিত ভাষা

b)

মৌখিক ভাষা

10.

বৰ্ণ কেই প্ৰকাৰ

a)

১

b)

৩

c)

২