Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

ক্লাছ 3

Total questions: 20

Worksheet time: 4mins

Name
Class
Date
1.

ক্ৰোধ কাক বোলে?

a)

খং

b)

মৰম

c)

দয়া

d)

দুখ

2.

আমাৰ জাতীয় পতাকাত থকা চক্ৰটোৰ নাম কি?

a)

অশোক চক্ৰ

b)

বক্র

c)

অহিংসা

d)

আশ্ৰম

3.

সমুদ্ৰ মানে কি?

a)

নদী

b)

পুখুৰী

c)

সাগৰ

d)

বানপানী

4.

শুভ্ৰ মানে কি?

a)

কলা

b)

বগা

c)

হালধীয়া

d)

নীলা

5.

ভদ্ৰ বিপৰীত----------

a)

অভদ্ৰ

b)

সৎ

c)

মৰম

d)

নম্ৰ

6.

দেশৰ বিপৰীত ----------

a)

নিন্দ্ৰা

b)

বিদেশ

c)

স্বদেশ

d)

ভ্ৰমণ

7.

জলৈ যোৱা টান

a)

দুৰ্গম

b)

দুৰ্জন

c)

আকৰ্ষণ

d)

সু গম

8.

ওখ পাহাৰ

a)

পৰ্বত

b)

সমৰ্থ

c)

অৰ্ঘ্য

d)

গৰ্ব

9.

বৰষুণ কেতিয়া দিয়ে?

a)

বৰ্ষা কালত

b)

শীত কালত

c)

বসন্ত কালত

d)

শৰৎ কালত

10.

গৰ্ব অর্থ কি?

a)

অসৎ

b)

তৰ্ক

c)

সফল

d)

অহংকাৰ

11.

বাঘ সিংহ–-----------পশু

a)

হিংস্ৰ

b)

মৰমিয়াল

c)

নম্ৰ

d)

ভদ্ৰ

12.

চিত্রাচল পাহাৰত----------দেৱআলয় আছে ।

a)

কামাখ্যা

b)

নৱগ্ৰহ

c)

উমানন্দ

d)

বৈশিষ্ট্য

13.

দৰিদ্ৰক----------নকৰিবা

a)

ঘৃণা

b)

মৰম

c)

কষ্ট

d)

অভদ্র

14.

ভদ্র মানে কি

a)

বেয়া

b)

ভাল

c)

প্ৰজা

d)

উগ্ৰ

15.

-------এবিধ সমুদ্ৰৰ প্ৰাণী

a)

মাছ

b)

সাপ

c)

ভেকুলী

d)

প্ৰবাল

16.

বৰ্ণ পৃথক কৰা


ছাত্ৰ

a)

ছ+আ+ত+ৰ

b)

ছ+ত+আ+ৰ

c)

ছ+আ+ৰ+ত

17.

___________সত্ৰ নগৰী বুলি কয়

a)

মাজুলী

b)

সাৰনাথ

c)

বৰদোৱা

d)

বৰপেটা

18.

-----------ৰাতি জোনাক হয়

a)

পূৰ্ণিমা

b)

আউসী

c)

একাদশী

d)

আমাবৈছা

19.

-------আমাৰ দেশ

a)

আমেৰিকা

b)

ভাৰতবৰ্ষ

c)

নেপাল

d)

ভূটান

20.

--------- ছাই ভোজন কৰিবা

a)

কৰ্ম

b)

দুৰ্জন

c)

আৰ্জন