Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Barbari HS, Class-X,Social

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

আফ্ৰিকা মহাদেশৰ নাইৰ'বিত কিমান চনত পৰিবেশ সন্মিলন অনুষ্ঠিত হৈছিল?

a)

1974 চনত

b)

1972 চনত

c)

1977 চনত

d)

1987 চনত

2.

কুলাৰ, ৰেফ্ৰিজাৰেটৰ আদিত ব্যৱহাৰ হোৱা সেউজ গৃহ গেছটো কি?

a)

মিথেন

b)

ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনছ (CFC)

c)

কাৰ্বন-ডাই-অক্সাইড

d)

ছালফাৰ-ডাই-অক্সাইড

3.

মাউণ্ট পিনাটু'ব' আগ্নেয়গিৰি কোন দেশত অৱস্থিত?

a)

জাপান

b)

আমেৰিকা

c)

ফিলিপিনছ

d)

ফ্ৰান্স

4.

বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ শতকৰা পৰিমাণ কিমান?

a)

0.035%

b)

0.065%

c)

2.035%

d)

1.035%

5.

গোলকীয় উত্তাপনত সৰ্বাধিক অৰিহণা যোগোৱা সেউজ গৃহ গেছটোৰ নাম কি?

a)

কাৰ্বন ডাই অক্সাইড

b)

মিথেন

c)

ছালফাৰ ডাই অক্সাইড

d)

নাইট্ৰ'জেন

6.

এছিড বৰষুণ প্ৰধানকৈ কোনবোৰ অঞ্চলত সৃষ্টি হয়?

a)

পাহৰীয়া অঞ্চলত

b)

গাঁও অঞ্চলত

c)

উদ্যোগিক অঞ্চলত

d)

আবাসিক অঞ্চল

7.

মৰুভূমিবোৰে আগুৰি থকা স্থলভাগৰ পৰিমাণ কিমান?

a)

10%

b)

20%

c)

30%

d)

40%

8.

পৃথিৱীৰ কোনখন মহাদেশ মৰুকৰণৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে?

a)

দক্ষিন আমেৰিকা

b)

ভাৰত

c)

উত্তৰ আমেৰিকা

d)

চীন

9.

অত্যাধিক পশুচাৰণৰ ফলত কোনবিধ সেউজ গৃহ গেছৰ উৎপত্তি হয়?

a)

কাৰ্বন-ডাই-অক্সাইড

b)

মিথেন

c)

নাইট্ৰজেন

d)

জলীয় বাষ্প

10.

ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ কিমান শতাংশ পৃথিৱীয়ে প্ৰতিফলিত কৰে?

a)

50%

b)

40%

c)

20%

d)

30%