wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Source of Energy, Science. Clas-X

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

তলৰ কোনটো অনবীকৰনযোগ্য শক্তিৰ উৎস

a)

কাঠ

b)

সূৰ্য্য

c)

জীৱাশ্ম ইন্ধন

d)

বতাহ

2.

তাপভিত্তিক প্ৰকল্পত কি ইন্ধন ব্যৱহাৰ কৰা হয় ?

a)

পানী

b)

ইউৰেনিয়াম

c)

জীৱভৰ

d)

জীৱাশ্ম ইন্ধন

3.

তলৰ কোনটো শক্তিৰ উৎসৰ আহৰণ প্ৰক্ৰিয়াত কম পৰিমাণে পৰিৱেশ প্ৰদূষণ হয় ?

a)

নিউক্লীয় শক্তি

b)

তাপীয় শক্তি

c)

সৌৰ শক্তি

d)

ভুূ- তাপীয় শক্তি

4.

পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰ দিনটো হ'ল--

a)

ৰৌদ্ৰজল দিন

b)

ডাৱৰীয়া দিন

c)

গৰম দিন

d)

বতহে কোবোৱা দিন

5.

তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়-

a)

খৰি

b)

নিউক্লীয় শক্তি

c)

গোবৰ গেছ

d)

কয়লা

6.

আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়---

a)

ভূ- তাপীয় শক্তি

b)

নিউক্লীয় শক্তি

c)

বায়ু শক্তি

d)

জৈৱ উপাদান

7.

জৈৱ গেছত থাকে--

a)

মিথেন

b)

LPG

c)

CNG

d)

হাইড্ৰ'জেন ছালফাইড

8.

সমুদ্ৰ পানীৰ উষ্ণতাৰ পাৰ্থক্যৰ বাবে তলৰ কোনটোৰ পৰা শক্তি পোৱা যায়-

a)

জোৱাৰ ভাটাৰ শক্তি

b)

তৰংগ শক্তি

c)

সৌৰ শক্তি

d)

মহাসামুদ্ৰিক তাপীয় শক্তি

9.

তলৰ কোনটোত গতিশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়---

a)

জোৱাৰভাটা শক্তি

b)

জল শক্তি

c)

বায়ুশক্তি

d)

ওপৰৰ সকলোকেইটা

10.

তলৰ কোনটো সৌৰ চুলাত সৌৰ শক্তি প্ৰতিফলিত কৰা হয়---

a)

সৌৰকোষ ফলক

b)

ছিলিকন কোষ

c)

দাপোন

d)

ইয়াৰে এটাও নহয়