WorksheetsOnline ITE Class Quiz. Class VIII. Social Science.
Total questions: 15
Worksheet time: 8mins
কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় ?
পৃথিবী
বুধ
শনি
গড় হিচাপে সাগৰৰ পানীৰ প্ৰতি ১০০০ ভাগৰ কিমান ভাগ খনিজ লৱণ ?
৪৫
৩৫
২৫
উৎপত্তিৰে পৰা এতিয়ালৈকে পৃথিৱীয়ে প্ৰায় কিমান নিযুত বছৰ অতিক্ৰম কৰিছে ?
২৫০০
৩৫০০
৪৫০০
সাগৰীয় উদ্ভিদ আৰু প্ৰানীবোৰক কেই ভাগত ভাগ কৰিব পাৰি ?
১
৩
৪
ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ জলভাগে আগুৰি আছে ?
৭১%
৬১%
৩১%
বৈদেশিক বানিজ্যৰ ক্ষেত্ৰত কি পৰিবহণ ব্যৱস্থা আটাইতকৈ নিৰ্ভৰযোগ্য ?
জাহাজ / জল
বায়ু
স্থল
অপকেন্দ্ৰিক শক্তিৰ ইংৰাজী প্ৰতিৰূপ কি ?
Centrifugal Force
Fugal Force
জোৱাৰ প্ৰধানতঃ কেই প্ৰকাৰৰ ?
১
৩
২
আগ্নেয় বলয়ৰ ইংৰাজী প্ৰতিৰূপ কি ?
Ring of Fire.
Fire of Ring.
জলমণ্ডলৰ কিমান শতাংশ পানী সাগৰ-মহাসাগৰত পোৱা যায় ?
৯৭%
৬৭%
৮৭%
ডলফিন কি শ্ৰেনীৰ প্ৰানী ?
নেকটন
বেনথ'জ
মহাসাগৰবোৰৰ একো একোটা অংশ কি ?
সাগৰ-মহাসাগৰ
নদ-নদী
নাটনি জোৱাৰৰ ইংৰাজী প্ৰতিৰূপ কি ?
Neap Tide.
Spring Tide.
বাসন্তি জোৱাৰৰ ইংৰাজী প্ৰতিৰূপ কি ?
Spring Tide.
Neap Tide.
২০০৪ চনত ভাৰতত সৃষ্টি হোৱা ছুনামিৰ প্ৰতি ঘণ্টাত গতিবেগ কিমান আছিল ?
৮০০ K.M.
৫০০ K.M.
১০০ K.M.
