Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Online ITE Class Quiz. Class : X. Social Science.

Total questions: 15

Worksheet time: 8mins

Name
Class
Date
1.

প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল ?

a)

১৯১৪

b)

১৯৩৯

2.

দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল ?

a)

১৯৩৯

b)

১৯১৫

3.

ৰাষ্ট্ৰসংঘ কেতিয়া গঠিত হৈছিল ?

a)

১৯৫০

b)

১৯৪৫

4.

ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় ?

a)

২৪ জুন

b)

২৪ অক্টোবৰ

5.

বৰ্তমান ৰাষ্ট্ৰসংঘৰ কিমান সদস্য আছে ?

a)

১৯৩

b)

৯৩

6.

ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে ?

a)

১১১

b)

২১১

7.

ৰাষ্ট্ৰসংঘৰ মুঠ অংগ কিমানটা ?

a)

৬

b)

৯

8.

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ কাৰ্যকাল কিমান ?

a)

৫ বছৰ

b)

১০ বছৰ

9.

মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ?

a)

১০ জুলাই

b)

১০ ডিচেম্বৰ

10.

ICC ৰ মুখ্য কাৰ্যালয় ক'ত ?

a)

লণ্ডন

b)

ডুবাই

11.

FIFA ৰ মুখ্য কাৰ্যালয় ক'ত ?

a)

জুৰিক

b)

লণ্ডন

12.

World Economic Forum ৰ মুখ্য কাৰ্যালয় ক'ত ?

a)

জেনেভা

b)

জুৰিক

13.

Amnesty International ৰ মুখ্য কাৰ্যালয় ক'ত ?

a)

ডুবাই

b)

লণ্ডন

14.

Commonwealth of Nations ৰ মুখ্য কাৰ্যালয় ক'ত ?

a)

লণ্ডন

b)

ক'লকাতা

15.

APEC ৰ মুখ্য কায্যালয় ক'ত ?

a)

ছিংগাপুৰ

b)

ডুবাই