WorksheetsAssamese quiz (class-10)
Total questions: 13
Worksheet time: 7mins
শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰ্থ্ম কাব্যগ্ৰ্ন্থ খ্নৰ নাম কি?
হৰিচন্দ্ৰ উপখ্যান
ৰুক্মীণি হৰণ
কীৰ্ত্ত্ন ঘোষা
বলিচলন
পাৰিজাত হৰণ
শংকৰদেবৰ দ্বাৰা ৰচিত গীতসমূহক কি বুলি জনা যায়?
আধ্যাত্মিক গীত
বৰগীত
ভটিমা
টোটয়
ওপৰৰ এটাও নহয়
শংকৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখ্ন?
২
৩
৪
৫
৬
শংকৰদেৱৰ প্ৰ্থ্ম বৰগীত কোনটো?
মন মেৰি ৰাম চৰণেহি লাগু
জয় জয় যাদৱ জলনিধিজা
উঠৰে উঠ বাপু
তেজৰে কমলা পতি
ওপৰৰ এটাও নহয়
শংকৰদেৱৰ প্ৰ্থ্ম অংকীয়া নাটখ্নৰ নাম কি?
কুৰুক্ষেত্ৰ
গুণমালা
ৰাম বিজয়
পত্নী প্ৰ্সাদ
ভক্তি প্ৰ্দীপ
কিহৰ লগত জড়িত?
তাঁতশাল
মূগা পালন
কুঁহিয়াৰ শাল
বিহু
আজি বিহু বিহু
কালি বিহু বিহু
চিৰে গৰখীয়াই তৰা ;
সীতাই কুমাৰে
বাদতি মাৰিলে
"……………"
ফুলপানী চিগাৰে পৰা
চ'তাই পৰেবতৰ পৰা
চ'তৰ বাৰে খৰৰপৰা
লুইতৰ চাপৰিৰ পৰা
বোলছৱিৰ নাম
ৰামধেনু
দূৰদৰ্শন
হিয়া দিয়া নিয়া
কন্যাদান
কোনখন দেশৰ প্ৰধান নদী খনৰ নাম "কৰুণ" ?
আফগানিস্তান
ইৰাণ
কাজাখাস্তান
উজবেকিস্তান
সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ ৰ পৰিচালনা কৰিছিল...
সূৰ্যকান্ত হাজৰিকা
মঞ্জু বৰা
দিলীপ শইকীয়া
সান্তনা বৰদলৈ
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস?
25 Jan
26 Jan
20 Jan
28 Jan
১/ প্ৰাক্-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল-
মাধৱ কন্দলী
শংকৰদেৱ
মাধৱদেৱ
হেমসৰস্বতী
৫/ "ঝুমুৰা" সমূহৰ স্ৰষ্টা মাধৱদেৱ ৷
হয়
নহয়
