Worksheetsঅসমৰ ইতিহাস
Total questions: 11
Worksheet time: 6mins
Name
Class
Date
1.
তলাতল ঘৰ কোন চনত নিৰ্মান কৰা হৈছিল?
a)
১৮৬৫
b)
১৯৬৫
c)
১৭৬৫
2.
ৰংঘৰ কোনে সাজিছিল
a)
প্ৰমত্ত সিংহই
b)
ৰুদ্ৰ সিংহই
c)
প্ৰতাপ সিংহই
3.
অসমৰ কোনখন ঠাইক প্ৰেমৰ নগৰী বুলি জনা যায়?
a)
লখিমপুৰ
b)
তেজপুৰ
c)
গুৱাহাটী
4.
অসমৰ কোনখন ঠাইক প্ৰেমৰ নগৰী বুলি জনা যায়?
a)
লখিমপুৰ
b)
তেজপুৰ
c)
গুৱাহাটী
5.
দীঘলী পুখুৰীটো কোনে খন্দাইছিল?
a)
ৰুদ্ৰ সিংহই
b)
প্ৰমত্ত সিংহই
c)
ভগদত্ত
6.
নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত
a)
চিত্ৰাচল
b)
নীলাচল
c)
কৈলাশ
7.
আহোম সাম্ৰাজ্যৰ শেষৰ স্বৰ্গদেউ জন কোন?
a)
ৰত্নধ্বজ সিংহ
b)
চন্দ্ৰকান্ত সিংহ
c)
ৰুদ্ৰ সিংহ
8.
কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল?
a)
১৯৭১
b)
১৯৫১
c)
১৯৬১
9.
অসমৰ প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল?
a)
১৫৪৮
b)
১৯৫০
c)
২০১৩
10.
চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
a)
ৰামপাল
b)
চুকাফা
c)
বীৰপাল
11.
সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
a)
২০০১
b)
২০০২
c)
২০০০
100 %
