Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Class 8 Assamese

Total questions: 12

Worksheet time: 6mins

Name
Class
Date
1.

১/ হোমি জাহাঙ্গীৰ ভাবাৰ কিহৰ ওপৰত ৰুচি আছিল?

a)

ভৌতিক শাস্ত্ৰ

b)

ৰসায়ন শাস্ত্ৰ

c)

নৃত্যশাস্ত্ৰ

2.

২/ গোটেই পৃথিৱীতে জনাজাত

a)

বিশ্বকোষ

b)

বিশ্ব বিখ্যাত

c)

জগতবাসী

3.

৩/ ভাঙনি কোঁৱৰ

a)

জ্যোতিপ্ৰসাদ আগৰৱালা

b)

আনন্দ চন্দ্ৰ আগৰৱালা

c)

লক্ষ্মীনাথ বেজবৰুৱা

4.

৪/ শিলত কটা শিল্প

a)

ভগ্নাৱশেষ

b)

প্ৰত্নতত্ব

c)

কুটীৰ শিল্প

5.

৫/ প্ৰতিমাৰ খনিকৰ

a)

লক্ষ্মীনাথ বেজবৰুৱা

b)

চন্দ্ৰকুমাৰ আগৰৱালা

c)

আনন্দ চন্দ্ৰ আগৰৱালা

6.

৬/ সংস্কৃতি মানৱ আচৰণৰ

a)

অন্ত:প্ৰকাশ

b)

বহি:প্ৰকাশ

7.

৭/ সংস্কৃতি

a)

গতিশীল

b)

স্থিৰ

8.

৮/ আলি আই লৃগাং

a)

বড়ো উৎসৱ

b)

মিছিং উৎসৱ

c)

আহোম উৎসৱ

9.

৯/ 'আৰনাই' কোনটো জাতিৰ লগত জড়িত

a)

মিছিং

b)

আহোম

c)

বড়ো

10.

১০/ গাই গোটা পেটে ভঁৰাল

a)

অকলশৰীয়া

b)

লগ থকা

11.

১১/ বাচ্য

a)

২ প্ৰকাৰ

b)

৩ প্ৰকাৰ

12.

১২/ বিশেষণ

a)

পশু

b)

বীৰ

c)

লুভীয়া