Font size
WorksheetsGeneral knowledge
Total questions: 10
Worksheet time: 8mins
ভাৰতৰ প্ৰাচীনতম পৰ্বত খন কি
আৰৱলী
হিমালয়
পুৰ্বঘাট
পশ্চিম ঘাট
তলৰ কোন খন গংগা নদীৰ প্ৰধান উপনদী নহয়?
গোমটি
ঘাগৰা
বিটৱা
যমুনা
ঘানা পক্ষী অভায়াৰণ্য কত অৱস্থিত?
মধ্যপ্ৰদেশ
তামিলনাড়ু
ঘানা
ৰাজস্থান
ভাৰতৰ মানচিত্ৰ কেতিয়া অংকন কৰিছিল
1752
1765
1760
1770
2024 বৰ্ষৰ অলিম্পিক খেল কত অনুষ্ঠিত হব
পেৰিছ
অকলেণ্ড
নিউ ছাউথ ৱেলছ
ব্ৰিজবেণ্ড
সম্প্ৰতি ভাৰত চৰকাৰে কেন্দ্ৰীয় কেবিনেটে তলৰ কোনটো মন্ত্ৰাল়ৰ নতুনকৈ গঠন কৰিছে?
Ministry of relation
Ministry of service
Ministry of cooperation
Ministry of Synergy
বৰ্তমান ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন
ডেভিড কেমেৰিন
থেৰেচা মে
বৰিচ জনছন
গৰ্ডন ব্ৰাউন
ড্ৰেগন ফল যিয়ে শেহতীয়াকৈ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল, কোন অঞ্চলৰ স্থানীয় ফল
ইউৰোপ
আমেৰিকা
অষ্ট্ৰেলিয়া
ভাৰত
বেকিং পাউদাৰত কি থাকে
ছডিয়াম কাৰ্বনেট
পটাছিয়াম কাৰ্বনেট
ছডিয়াম বাইকাৰ্বনেট
পটাছিয়াম বাইকাৰ্বনেট
ভিনেগাৰত কি থাকে
ফৰ্মিক এচিড
চাইট্ৰিক এছিড
অক্সালিক এছিড
এচিটিক এচিড
