Wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

Online Quiz on Module

Total questions: 24

Worksheet time: 12mins

Name
Class
Date
1.

ICT মানে কি?

a)

Innovation, Communication & Technology

b)

Information, Communication & Technology

c)

Information, Citizen & Technology

d)

Innovation, Citizen & Technology

2.

১৯০১ চনৰ পৰা ২০০০ চনলৈকে কি শতিকা বুলি জনা যায়।

a)

১৯ শতিকা

b)

২০ শতিকা

c)

২১ শতিকা

d)

২২ শতিকা

3.

বাল্যবিবাহত জড়িত মানুহৰ কিমান বছৰৰ কাৰাদণ্ড হব পাৰে?

a)

৫ বছৰ

b)

৬ বছৰ

c)

২ বছৰ

d)

১বছৰ

4.

ডাক্তৰ বা ইঞ্জিনিয়াৰ বৃত্তিটো কোনটো লিংগৰ মানুহে কৰিব পাৰে?

a)

পুৰুষ

b)

মহিলা

c)

উভয় লিংগ

5.

তলৰ কোনটো সুষম আহাৰ?

a)

মেগী

b)

চাউমিন

c)

গাখীৰ

d)

চিপছ

6.

পৰীক্ষাত কণী খাই গলে পৰীক্ষা বেয়া হয় বুলি কোৱাটো এটা অন্ধবিশ্বাস-

a)

হয়।

b)

নহয়

c)

নাজানোঁ

7.

মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা ৰোগ হ'ল-

a)

কেঞ্চাৰ

b)

বৃক্ক বিফল

c)

যকৃত বিফল

d)

ওপৰৰ আটাইকেইটা

8.

C ভিটামিনৰ অভাৱ হ'লে . . . .

a)

বেৰী বেৰী

b)

স্কাৰ্ভি ৰোগ

c)

ৰিকেট ৰোগ

d)

কুকুৰী কনা

9.

      E ভিটামিনৰ অভাৱত

a)

পয়ালগা ৰোগ হয়

b)

ছাল আৰু ছুলিৰ ৰোগ হয়

c)

তেজ গোট নামৰা হয়

d)

ৰিকেট ৰোগ হয়

10.

টেঙা জাতীয় ফলত কি ভিটমিন পোৱা যায়া

a)

A ভিটামিন

b)

C ভিটামিন

c)

E ভিটামিন

d)

D ভিটামিন

11.

বীজাণুবোৰ বাস কৰে-

a)

বায়ু

b)

পানী

c)

ধূলি

d)

এই সকলোবোৰ

12.

১৮ বছৰৰ তলত বিয়া হোৱাটো অপৰাধ

a)

হয়

b)

নহয়

13.

জলপথত পোৱা আটাইতকৈ সচৰাচৰ প্ৰকাৰৰ আৱৰ্জনা হৈছে

a)

প্লাষ্টিকৰ মোনা

b)

চিগাৰেটৰ পেকেট

c)

এলুমিনিয়ামৰ কেন

d)

এই সকলোবোৰ

14.

ফল আৰু শাক পাচলিৰ গুটি, মাংস আৰু হাড়, ফুল আৰু কাগজ আদি হ'ল--------আৱৰ্জনা

a)

জৈৱ পচনশীল

b)

জৈৱ অপচনশীল

c)

দুয়োটা

d)

এটাও নহয়

15.

বাল্য বিবাহ বন্ধ কৰিবলৈ ক'ত যোগাযোগ কৰিব লাগে?

a)

১০২০

b)

১০৯৮

c)

১০৮

d)

১০৮৬

16.

বৈষম্যতা কি?

a)

প্ৰতাৰণা

b)

বঞ্চনা

c)

সমতা

d)

অসমতা

17.

বেমাৰ হ'লে আমি কত যাব লাগে?

a)

ওজা বা বেজৰ ওচৰত

b)

ওচৰত থকা ফাৰ্মাচীত

c)

ডাক্তৰৰ ওচৰত

d)

ঘৰতে থাকিব লাগে

18.

২১ শতিকা কিহৰ যুগ বুলি কোৱা হয় ?

a)

শিক্ষাৰ যুগ

b)

কৃষিৰ যুগ

c)

প্ৰযুক্তি বিদ্যাৰ যুগ

d)

এটাও নহয়

19.

বেৰিবেৰী ৰোগ তলৰ কোনটো উপাদানৰ অভাৱত হয়?

a)

আয়োদিন

b)

কাৰ্বহাইড্ৰেট

c)

ভিটামিন B1

d)

ভিটামিন C

20.

ধৰ্ম নিৰপেক্ষতা কি?

a)

ধৰ্মৰ ক্ষেত্ৰত সকলো সমান

b)

ধৰ্মৰ ক্ষেত্ৰত সকলো অসমান

c)

এটাও নহয়

21.

দেহত তেজৰ পৰিমাণ কমি গলে কি ৰোগ হয় ?

a)

জ্বৰ

b)

কাঁহ

c)

এনিমিয়া

d)

কুকুৰিকণা

22.

শিশুৰ অধিকাৰ কেইটা?

a)

১ টা

b)

2 টা

c)

৩ টা

d)

৪ টা

23.

হাত ধোওতে আমি কিমান সময় হাত ধুব লাগে ?

a)

৫ ছেকেণ্ড

b)

১০ ছেকেণ্ড

c)

১৫ ছেকেণ্ড

d)

২০ ছেকেণ্ড

24.

হাত ধোৱা পদ্ধতি কিমানটা ?

a)

৫ টা

b)

৬ টা

c)

৭টা

d)

৯ টা