wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

G. Science & Mathematics

Total questions: 35

Worksheet time: 18mins

Name
Class
Date
1.

. তলৰ কোনটো সেউজ গৃহ গেছ?

a)

নাইট্ৰ’জেন

b)

অক্সিজেন

c)

কাৰ্বন ডাই অক্সাইড

d)

হিলিয়াম

2.

মানৱ শৰীৰৰ কোনটো অংগই ইনচুলিন উৎপন্ন কৰে?

a)

যকৃত

b)

অগ্নাশয়

c)

বৃক্ক

d)

হৃদয়

3.

মাইট’কণ্ড্ৰিয়াৰ মূল কাম কি?

a)

কোষ বিভাজন

b)

প্ৰটিন সংশ্লেষণ

c)

শক্তি উৎপাদন

d)

আৱৰ্জনা নিৰ্মূল

4.

সাগৰত জোৱাৰ-ভাটাৰ কাৰণ কি?

a)

পৃথিৱীৰ ঘূৰ্ণন

b)

চন্দ্ৰৰ মহাকৰ্ষণীয় টান

c)

সূৰ্য্যৰ মহাকৰ্ষণীয় টান

d)

পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ

5.

তলৰ কোনটো নবীকৰণযোগ্য শক্তিৰ উৎস?

a)

প্ৰাকৃতিক গেছ

b)

কয়লা

c)

সৌৰশক্তি

d)

পাৰমাণৱিক শক্তি

6.

পদাৰ্থৰ আটাইতকৈ সৰু এককটো কি?

a)

পৰমাণু

b)

অণু

c)

কোষ

d)

নিউক্লিয়াছ

7.

তলৰ কোনটো উদ্ভিদ হৰম’ন কোষৰ প্ৰসাৰণৰ বাবে দায়ী?

a)

অক্সিন

b)

জিবাৰেলিন

c)

চাইট’কিনিন

d)

ইথিলিন

8.

উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

a)

সালোক সংশ্লেষণ

b)

শ্বাস-প্ৰশ্বাস

c)

হজম শক্তি

d)

বাষ্পীভৱন

9.

. কোনটো গ্ৰহক "ৰঙা গ্ৰহ" বুলি জনা যায়?

a)

শুক্ৰ

b)

মংগল গ্ৰহ

c)

বৃহস্পতি

d)

শনি

10.

কোনটো বলৰ দ্বাৰা গ্ৰহবোৰক সূৰ্য্যৰ চাৰিওফালে কক্ষপথত ৰখা হয়?

a)

মাধ্যাকৰ্ষণ শক্তি

b)

ঘৰ্ষণ

c)

চুম্বকত্ব

d)

টেনচন

11.

বৈদ্যুতিক প্ৰবাহৰ একক কিমান?

a)

ভল্ট

b)

এম্পিয়াৰ

c)

ৱাট

d)

ওম

12.

পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে?

a)

অক্সিজেন

b)

কাৰ্বন ডাই অক্সাইড

c)

নাইট্ৰ’জেন

d)

আৰ্গন

13.

তৰল পদাৰ্থ এটা গেছলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক কি বোলা হয়?

a)

ঘনীভূতকৰণ

b)

উৰ্ধ্বগামীকৰণ

c)

বাষ্পীভৱন

d)

গলনাংক

14.

. কোনজন বিজ্ঞানীয়ে আপেক্ষিকতাবাদৰ তত্ত্ব প্ৰস্তাৱ কৰিছিল?

a)

আইজাক নিউটন

b)

এলবাৰ্ট আইনষ্টাইন

c)

গেলিলিও গেলিলি

d)

নিকোলা টেছলা

15.

ফুলৰ কোনটো অংশত পৰেগ উৎপন্ন হয়?

a)

পাহি

b)

কলংক

c)

চেপাল

d)

এন্থাৰ

16.

০’ ক p/q আৰ্হিতপ্ৰ্কাশকৰিবপাৰিনে?

a)

পাৰি

b)

নোৱাৰি

c)

ইয়াক বিস্তাৰিত ৰূপত লিখিব নোৱাৰি

d)

ওপৰৰ এটাও শুদ্ধ নহয়।

17.

প্ৰ্ত্যকটো পৰিমেয়স্ংখ্যাই:

a)

পূৰ্ণসংখ্যা

b)

স্বাভাৱিক সংখ্যা

c)

অখণ্ড সংখ্যা

d)

প্ৰ্কৃত সংখ্যা   

18.

যিবিলাক ত্ৰিভূজৰ বিপৰীত বাহুবোৰ সমান-

             

a)

বিষমবাহু

b)

সমদ্বিবাহু

c)

সমবাহু ত্ৰিভূজ

d)

সমকোণী ত্ৰিভূজ  

19.

বৃত্ত এটাৰ আটাইতকৈ দীঘ্ল জ্যাডাল হ’ল-

             

a)

ব্যাসাৰ্ধ

b)

ব্যাস

c)

পৰিধি

d)

পৰিধি

20.

তলৰ কোনটো পৰিমেয় সংখ্যা-

a)

4/0

b)

0/4

c)

√3

d)

π    

21.

(1, 2), (-2, -3), (2, -3)- বিন্দু কেইটা থাকিব-

                       

a)

১ম চোকত

b)

এটাও একেচোকত নাথাকে

c)

৩য় চোকত

d)

৪ৰ্থ চোকত  

22.

দুটা বিন্দু স্ংযোগী ৰেখডাল হ’ল-

তৰেখা                  

a)

ৰেখাখণ্ড

b)

ৰশ্মি

c)

সমান্তৰাল ৰেখা

d)

পৰস্পৰছেদিত ৰেখা

23.

৬০° ৰ পূৰককোণ-

a)

৬০°

b)

৩০°

c)

১২০°

d)

০°

24.

তলৰ কোনটো কোণস্থুল কোণৰ উদাহৰণ-

a)

০°

b)

২৫°

c)

১৬০°

d)

৯০°

25.

যদিহে দেউতাকৰ বয়স পুতেকৰ বয়সৰ ৩গুণ আৰু পুতেকৰ বৰ্ত্ত্মান বয়স ২০ বছৰ। তেতিয়া হ’লে দেউতাকৰ বৰ্ত্তমান বয়স কিমান?

a)

৫২ বছৰ ৩ মাহ

b)

৪৪ বছৰ ১০ মাহ

c)

৮০ বছৰ

d)

৬০ বছৰ

26.

‘২০০’-ৰ বৰ্গ স্ংখ্যাত কিমানটা ‘০’ থাকিব?

a)

এটা

b)

দুটা

c)

দুশটা

d)

চাৰিটা

27.

.এটা ঘনকৰ পিঠিৰ সংখ্যাহ’ল-

a)

4

b)

5

c)

6

d)

8

28.

ঘনক এটাৰ ওপৰৰ পিঠিখন দেখাত-

a)

বৰ্গৰদৰে

b)

আয়তৰদৰে

c)

বৃত্তৰদৰে

d)

আপেলৰদৰে

29.

৫৩ ৰ ঘন সংখ্যাৰ এককৰ স্থানত থকা সংখ্যাটোহ’ব-

a)

b)

c)

d)

30.

 92 – 1=?

a)

৭0

b)

৬0

c)

d)

৮0

31.

y/5 = 10 সমীকৰণটোৰ এটা সমাধান হ’ল-

a)

15

b)

10

c)

50

d)

5  

32.

বৰ্গৰ প্ৰ্তিটো কোণৰ মাপ হ’ল-

a)

১৮0°

b)

১00°

c)

৯0°

d)

৩৬0°

33.

 মুদ্ৰা এটা টচ কৰিলে পাব পৰা সম্ভাৱিতা হ’ব-

a)

১/২

b)

১/৩

c)

d)

ওপৰৰ এটাও নহয়

34.

তলৰ কোনটো স্ংখ্যা ৫ৰে বিভাজ্য নহয়?

           

a)

১০০

b)

১২৫

c)

২২২

d)

৩00

35.

এটা বিন্দুৰ স্থানাঙ্ক (৩,০) হ’লে বিন্দুটো থাকিব-

a)

X-অক্ষত

b)

Y-অক্ষত

c)

মুলবিন্দুত

d)

X-আৰু Y- অক্ষৰমাজত