NEW
Font size
WorksheetsNew quiz
Total questions: 20
Worksheet time: 15mins
২০২৩ বৰ্ষৰ পুৰুষ ক্ৰিকেট বিশ্বকাপত (৫০ অভাৰ) আটাইতকৈ দীৰ্ঘতম ছয় কোবোৱা খেলুৱৈ জনৰ নাম কি?
গ্লেন মেক্সৱেল
ডেৰিল মিচেল
ৰোহিত শৰ্মা
ডেভিড ৱাৰ্নাৰ
ছবিত থকা ভ্ৰাম্যমাণ জগতৰ লগত জড়িত বিশিষ্ট অভিনেতা জনৰ নাম কি?
হেমেন দাস
ব্ৰজনাথ শৰ্মা
সীতাৰাম চৌধুৰী
দশৰথ দাস
কবি,সাহিত্যিক,গীতিকাৰ বীৰেন্দ্ৰনাথ দত্ত তলৰ কোন খন সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল?
গোৱালপাৰা
চাপৰ
লখিমপুৰ
ৰঙিয়া
তলৰ কোনটো আটাইতকৈ কম উতলাংকৰ মৌল
আৰ্গন
হিলিয়াম
অক্সিজেন
নিয়ন
তলৰ কোনটো উক্তি ইজৰাইলৰ ক্ষেত্ৰত অসত্য
1.ইজৰাইলৰ পশ্চিমে দিশে ভূমধ্য সাগৰ আছে ৷
2.ইজৰাইলৰ ৰাষ্ট্ৰীয় ভাষা ইংৰাজী ৷
3. ইজৰাইলৰ গাত লাগি থকা এখন ৰাষ্ট্ৰ হ'ল ইজিপ্ত ৷
১ নম্বৰ
২ নম্বৰ
৩ নম্বৰ
ওপৰৰ সকলো
আহোম স্বৰ্গদেউ চুপুংমুঙৰ হিন্দু নাম হ'ল
উদয়াদিত্য সিংহ
চক্ৰধ্বজ সিংহ
জয়ধ্বজ সিংহ
ওপৰৰ এটাও নহয়
" ভাৰতৰ সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰে গঠিত " উক্ত কথাষাৰ কোনটো অনুচ্ছেদত আছে?
অনুচ্ছেদ ৭৯
অনুচ্ছেদ ৮৯
অনুচ্ছেদ ৬৯
অনুচ্ছেদ ৮১
নৰ্মদা নদী খন তলৰ কোন কেইখন ৰাজ্য মাজেৰে বৈ গৈছে?
মধ্যপ্ৰদেশ,গুজৰাট,মহাৰাষ্ট্ৰ
মধ্যপ্ৰদেশ,উত্তৰ প্ৰদেশ,ৰাজস্থান
কেৰেলা,তামিলনাডু,কৰ্নাটক
ওপৰৰ এটাও নহয়
উত্তৰাখণ্ডৰ ছিলকিয়াৰ বেণ্ড- বৰকোট সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ জন শ্ৰমিক উদ্ধাৰ কৰা অভিযানটোৰ নাম আছিল
অপাৰেচন জিন্দেগী
অপাৰেচন অমৰশক্তি
অপাৰেচন দেৱীশক্তি
ওপৰৰ এটাও নহয়
'ৰঙাটাপু -১৯৮২' - প্ৰকৃততে ৰঙাটাপু আছিল-
ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰি
মৰিগাঁওৰ এখন গাঁও
নগাঁওৰ কলঙৰ পাৰ এখন গাঁও
কামৰূপৰ এখন বনাঞ্চল
বিশ্ব বন দিৱস-২০২৩ ৰ মূল থিম হ'ল
প্লাষ্টিক পৰিহাৰ কৰা
বন আৰু স্বাস্থ্য
নিৰাপদ প্ৰকৃতি নিৰাপদ জীৱন
ওপৰৰ এটাও নহয়
চন্দ্ৰযান-৩ ত তলৰ কোনটো ইন্ধধ ব্যৱহাৰ কৰা হোৱা নাছিল?
তৰল হাইড্ৰজেন
তৰল অক্সিজেন
তৰল নাইট্ৰজেন
ওপৰৰ সকলো
নাৰ্গেচ মহম্মদী - ২০২৩ বৰ্ষৰ শান্তি ন'বেল বঁটা লাভ কৰিছিল ৷ তেওঁ ২০১১ চনত প্ৰথম বাৰ বাবে কিয় কাৰাৰুদ্ধ হ'ব লগা হৈছিল?
ইৰাণৰ হিজাব আইনৰ বাবে মাত মতাৰ বাবে
কাৰাবন্দী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰাৰ বাবে
মহিলাৰ উচ্চ শিক্ষাৰ বাবে মাত মাতি
কৰ্মক্ষেত্ৰত মহিলা সকলৰ উৎপীড়ণৰ বাবে মাত মতাৰ বাবে
কিমান চনৰ পৰা চুকাফা দিৱস অথবা অসম দিৱস ২ ডিচেম্বৰ তাৰিখে উদযাপন কৰাৰ সিধান্ত গ্ৰহণ কৰা হয়
২০০০ চন
১৯৯৬ চন
২০০৮ চন
১৯৯৮ চন
MAMA AWARD:মামা এৱাৰ্ড কিহৰ লগত জড়িত?
ফেশ্বন শ্ব'ৰ লগত
বাস্কেট বলৰ লগত
ড্ৰেচ ডিজাইনৰ লগত
সংগীতৰ লগত
উক্ত ছবিখনৰ লগত জড়িত উৎসৱটি কোন ৰাজ্যত উদযাপন কৰা হয় ?
তামিলনাডু
কেৰেলা
অন্ধ্ৰ প্ৰদেশ
ওপৰৰ এটাও নহয়
তলৰ কোনখন দেশ ভাৰতীয় নাগৰিকৰ বাবে ভিচা মুক্ত
ভিয়েটনাম
নাইজেৰিয়া
ফিজি
ওপৰৰ সকলো
বাজৰাৰ (millet) খেতিৰ লগত কি পৰিৱেশগত লাভ জড়িত?
অত্যধিক পানী ব্যৱহাৰ
উচ্চ কাৰ্বন ফুটপ্ৰিণ্ট
খৰাং প্ৰতিৰোধ ক্ষমতা
মাটিৰ খহনীয়া
ইংলেণ্ডৰ বিৰুদ্ধে ৬ টা বলত ৬ টা ছয় কোবোৱা সেই মেটচ খনত যুৱৰাজ সিঙৰ বাহীৰে আন এজন ভাৰতীয় বেটাৰে ৫৮ ৰাণ কৰিছিল বেটাৰ জন কোন আছিল?
গৌতম গম্ভীৰ
বীৰেন্দ্ৰ সেৱাগ
মহেন্দ্ৰ সিং ধোনী
ৰবীন উথাপ্পা
অস্কাৰ বঁটা লাভ কৰা "নাটু নাটু" গীতটিৰ ৰচক কোন?
ৰাম চৰণ
ৰাহুল গুঞ্জ
প্ৰভেচ
ওপৰৰ এটাও নহয় ৷
