NEW
Font size
WorksheetsFLN MISSION
Total questions: 10
Worksheet time: 5mins
1.সৰব পঠন কাৰ দ্বাৰা আৰু কাৰ বাবে কৰা হয়?
ক। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বাবে
খ। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকসকলৰ বাবে
গ। শিক্ষকে লগৰ শিক্ষকসকলৰ বাবে
ঘ।শিক্ষকে অভিভাৱকৰ বাবে
2। সাক্ষৰতাৰ শ্ৰেণীকোঠাত কি উদ্দেশ্যৰে কথোপকথন চাৰ্ট ব্যৱহাৰ কৰা হয়?
ক। মৌখিক ভাষাৰ বিকাশ
খ। পঠন
গ। লিখন
ঘ। পাঠোদ্ধাৰ
৩। ভাষা আৰু সাক্ষৰতাৰ বিকাশ হ'ল -
ক। শিকন ফলাফল
খ। বিকাশৰ এটি বিভাগ
গ। অৰ্হতা
ঘ। শিক্ষা সম্বন্ধীয় লক্ষ্য
৪। অংশীদাৰী লিখন কাৰ দ্বাৰা কৰা হয়?
ক। শিক্ষক
খ। ছাত্ৰ-ছাত্ৰী
গ। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী একেলগে
৫। শব্দ চিনাক্তকৰণ হৈছে
ক। নিম্নক্ৰমৰ কৌশল
খ। উচ্চক্ৰমৰ কৌশল
গ। সংবেদি প্ৰক্ৰিয়া
ঘ। সঞ্চালনমূলক দক্ষতা
৬। ELPS এটা গাণিতিক পদ্ধতি-ELPS ৰ সম্পূৰ্ণ ৰূপ
A. Experience language proficiency symbols
B. Experience language practice symbols
C. Experience language picture Symbols
D. Experience language problems solving symbols
৭। সাংখ্যিকতাৰ ৪টা ব্লক পদ্ধতিত কোনটো ব্লকে শিকন দৃঢ়ীকৰণত আৰু সমস্যা সমাধানত সহায় কৰে?
ক। কৌশল শিকন
খ। মৌখিক গণিতৰ কথা-বতৰা
গ। গণিতৰ খেল
ঘ। সমস্যা সমাধান
৮। মই কৰোঁ, আমি কৰোঁ, তুমি কৰা শিকন কৌশলত মই কৰোঁ প্ৰক্ৰিয়াৰ উদ্দেশ্য কি?
ক। ছাত্ৰ-ছাত্ৰী স্বাধীন ভাবে অনুশীলন কৰিব
খ। শিক্ষকে কৌশল আৰু ধাৰণা প্ৰদৰ্শন কৰিব
গ। শিক্ষক ছাত্ৰ-ছাত্ৰী একেলগে কৌশল বা ধাৰণাৰ কাম কৰিব
ঘ। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বোধৰ মান নিৰূপন কৰিব
1.what age group of FLN mission focused on?
a) 5 to 8 years
c) 3 to 8 years
b) 6 to 14 years
d) 2 to 8 years
10. WHAT IS THE FULL MEANING OF NIPUN ASOM.
1.National Intensive for Proficiency in
Reading with Understanding and Numeracy
2.National Initiative for Proficiency in
Reading with Understanding and Numeracy
3.National Intensive for pupils
Reading with Understanding and Numeracy
4.NONE OF ABOVE
