wayground logo

Free Printable Worksheets

Font size

S
M
L
XL
Worksheets

ECCE

Total questions: 9

Worksheet time: 8mins

Name
Class
Date
1.

কোনটো বস্তু বাগৰি যায়

a)

কেৰম

b)

কলম

c)

বল

d)

বাকচ

2.

ওপৰৰ কোনবিলাক ফল ৰঙা

a)

কঁঠাল, কল, নাৰিকল

b)

আপেল, লিচু, চেৰি

3.

চাৰি পিছৰ সংখ্যা টো কি?

a)

ছয় ৬

b)

পাঁচ ৫

4.

ফটো খনৰ কোনটোৰ ৰং নীলা

a)

আকাশ

b)

আইচক্ৰীম

5.

হালধীয়াৰ পিছৰ ৰং ৰ বল টো কি হব?

a)

হালধীয়া

b)

ৰঙা

6.

ঘোঁৰা জন্তু টোৰ প্ৰথম শ্বব্দটো কি?

a)

b)

7.

তোমাৰ বন্ধু এজনে কন্দি আছে তুমি কি কৰিবা

a)

যোকা বা

b)

হাঁহিবা

c)

সাবটি লৈ সহাঁৰি দিবা

8.

কোনবিধ ফলত বহুতো গুটি থাকে

a)

আম

b)

লিচু

c)

কঁঠাল,

9.

তোমাৰ বেগৰ ভিতৰত থকা চাৰিটা ফাল থকা বস্তু বোৰৰ নাম কোৱা

a)

পেঞ্চিল

b)

কিতাপ

c)

জ্যামিতি