NEW
Font size
WorksheetsLTQ DAY 1
Total questions: 20
Worksheet time: 10mins
২০০৬ চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা খন কত অনুস্থিত হৈছিল ?
ফ্ৰান্স
চীন
জাৰ্মানী
ব্ৰাজিল
কৰ্নাটকত কোনটো ভাষাৰ ব্যৱহাৰ হয় ?
মাৰাঠী
হিন্দী
মালায়লম
কানাড়া
? থকা ঠাইত কি হব
4
8
16
10
ব্যক্তিজনৰ নাম কি ?
অভিজিত বেনাৰ্জী
ৰঘূৰাম ৰাজন
বেনুগোপাল আয়াৰ
হিতেশ্বৰ শইকীয়া
শূন্যৰ আৱিস্কাৰক কোন ?
শ্ৰীনিৱাস ৰমানুজন
চি ভি ৰমণ
আৰ্যভট্ট
ছাৰ আইজাক নিউটন
6 – 22 × 3 – 8 = ?
-40
40
68
-68
মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা খনৰ নাম কি ?
কামৰূপ মেত্ৰো
কাৰ্বি আংলং
ধুবুৰী
শিৱসাগৰ
আলি আই লিগাং কোনে পালন কৰে ?
বড়ো
খাছী
মিচিং
কাৰ্বী
তলৰ কোনখন গোৱাৰ ৰাজধানী ?
পানাজী
মুম্বাই
ভূপাল
আহমেদাবাদ
এম্পিয়াৰ (Ampere) কিহৰ একক ?
বিদ্যুত প্ৰবাহ (Current)
ৰোধ (Registance)
শক্তি (Power)
বিভৱ ভেদ (Voltage)
গছে উশাহত কি গেছ গ্ৰহন কৰে ?
নাইট্ৰজেন
অক্সিজেন
কাৰ্বন ডাই অক্সাইড
হাইড্ৰোজেন
মাইক্ৰছফ্ট (Microsoft) কোম্পেনীৰ অধ্যক্ষ গৰাকীৰ নাম কি ?
সত্য নাদেলা
সুন্দৰ পিছায়
ৰবাৰ্ট জনচন
বিল গেট্ছ
ক্ৰিকেট খেলত LBW ৰ অৰ্থ কি ?
Loss Before Wicket
Leg Before Wicket
Lower Before Wicket
Lost Before Wicket
এটা বছৰত ৩০ দিনীয়া মাহ কিমান টা থাকে ?
৫
৪
৩
৬
আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকা খনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান ?
2:3
3:5
2:4
3:4
এচিয়াৰ প্ৰথমজন নবেল পোৱা ব্যক্তি জন কোন ?
আব্দুল কালাম
ৰৱীন্দ্ৰ নাথ ঠাকুৰ
মাদাৰ টেৰেছা
চি ভি ৰমণ
ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
১৯২৬
১৮২৬
১৬২৬
১৭২৬
জিলা ন্যায়াধিশক কোনে নিযুক্তি দিয়ে ?
ৰাজ্যপাল
প্ৰধান মন্ত্ৰী
মূখ্য ন্যায়াধিশ
ৰাষ্ট্ৰপতি
পৃথিৱীত আটাইতকৈ বেছি কোনটো ধৰ্মৰ মানুহ বেছি আছে ?
মুছলিম
খৃষ্টীয়ান
হিন্দু
বৌদ্ধ
I am not as intelligent as you ___________ (Fill in the Blank)
think
thinks
thought
is thinking
