wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

LTQ BIHU

Total questions: 20

Worksheet time: 10mins

Name
Class
Date
1.

ঢোলৰ মাৰিডালৰ অন্য এটা নাম হ’ল -

a)

মালিতা

b)

মলিতা

c)

মাহিতা

d)

মহিতা

2.

বৰদৈচিলা (বৰ-দৈ-চিখলা)ৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থটো হৈছে ----

a)

বতাহ-পানী-ছোৱালী

b)

দৰা-দধি-কইনা

c)

ধুমুহা-গাজনি-বৰষুণ

d)

বতাহ-ঢেৰেকনি-বৰষুণ

3.

বিহুত ব্যৱহৃত ম'হৰ শিঙৰ পেঁপা দুবিধ। তাৰে এবিধৰ নাম যুৰীয়া পেঁপা। আন বিধৰ নাম কি ?

a)

গুটীয়া পেঁপা

b)

গোৱাল পেঁপা

c)

গুটীয়া আৰু গোৱাল পেঁপা দুয়োটা

d)

এটাও নহয়

4.

ঢোলৰ হাতেৰে থাপৰ মৰা ফালটোক ‘তালি’ বোলে। মাৰিৰে কোবোৱা ফালটোক কি বোলে ?

a)

থাপৰ

b)

কোবনী

c)

ঘহনী

d)

গুমনী

5.

বিহুত নাচনীয়ে ওঠযুৰি ৰঙা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ উদ্ভিদ হ’ল -

a)

তামোল-পান

b)

পুৰৈ বা পুই

c)

কোৱাভাতুৰি

d)

বৰহমথুৰি

6.

বিহুত নাচনীয়ে বজোৱা গগনাক লাহৰী বা ৰূপহী গগনা বোলে। ডেকাসকলে বজোৱা গগনা বিধৰ নাম হ’ল -

a)

ৰামমোহন গগনা

b)

ৰামধন গগনা

c)

বাপধন গগনা

d)

সোণধন গগনা

7.

পেঁপাৰ যি অংশ মুখত লগাই লৈ বজোৱা হয় সেই অংশৰ নাম হ’ল -

a)

চুপহি

b)

নলীচা

c)

ফুৱনী

d)

গুংগাং

8.

কোন বিধ বিহু নৃত্যত নাচনী নাথাকে?

a)

মুকলি বিহু

b)

ৰাতি বিহু

c)

জেং বিহু

d)

বিহু হুঁচৰী

9.

বিহুৱা ডেকাই ককালত বন্ধা কাপোৰখনৰ নাম কি?

a)

গামোচা

b)

হাঁচতি

c)

টঙালি

d)

চেলেং

10.

বিহুক আদৰণী আৰু বিদায় জনোৱা ফুল দুবিধ হ’ল -

a)

কপৌ আৰু নাহৰ

b)

কপৌ আৰু এজাৰ

c)

নাহৰ আৰু এজাৰ

d)

নাহৰ আৰু তগৰ

11.

বিহু নাচনীয়ে ককালত খুচি লোৱা কাপোৰখনৰ নাম কি ?

a)

গামোচা

b)

হাঁচতি

c)

টঙালি

d)

চেলেং

12.

বিহু নাচনীয়ে বন্ধা খোপাটোৰ নাম কি ?

a)

নেঘেৰী

b)

কলডিলীয়া খোপা

c)

ঘিলা খোপা

d)

তগৰ খোপা

13.

হুঁচৰি বিহুত মুখিয়ালজনে নিজৰ লগত লোৱা চাৰি বিধ সামগ্ৰীৰ তিনিবিধ হ’ল- গলত বিহুৱান, কান্ধত এখন বেগ বা মোনা আৰু হাতত এটা লেম্প। গলত লোৱা অন্য এবিধ সামগ্ৰী হ’ল-

a)

ঢোল

b)

টঙালি

c)

চেলেং চাদৰ

d)

আসন বস্ত্ৰ

14.

পথাৰৰ বিহুক মঞ্চলৈ অনাৰ মূল পৃষ্ঠপোষক হ’ল -

a)

ৰজনীকান্ত বৰদলৈ

b)

লক্ষ্মীনাথ বেজবৰুৱা

c)

হেমচন্দ্ৰ গোস্বামী

d)

ৰাধাগোবিন্দ বৰুৱা

15.

বিহু সম্ৰাজ্ঞী প্ৰতিযোগীতা অনুষ্ঠিত হোৱা একমাত্ৰ মঞ্চখন হ’ল -

a)

গুৱাহাটী লতাশিল বিহুমঞ্চ

b)

শিৱসাগৰ বিহুমঞ্চ

c)

যোৰহাট বিহুমঞ্চ

d)

লক্ষীমপুৰ বিহুমঞ্চ

16.

বিহুৰ সময়ত নামনি অসমৰ কেইখনমান জিলাত অন্য এক উত্সৱ পালন কৰা হয়, য’ত দুডাল বাঁহক দৰা-কইনা সজাই লোৱা হয়। উত্সৱটিক কি বুলি জনা যায় ?

a)

সুঁৱৰি

b)

ভঠেলি

c)

বৈশাগু

d)

বায়খো

17.

ঢোলত সাধাৰণতে বৰতি কেইডাল থাকে ?

a)

এডাল

b)

দুডাল

c)

বিশডাল

d)

ঢোলৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে

18.

বহাগ বিহুৰ শেষ দিনটোক কি বিহু বুলি কোৱা হয় ?

a)

কুটুম বিহু

b)

গোসাঁই বিহু

c)

নাঙল বিহু

d)

চেৰা বিহু

19.

টকা কেইপ্ৰকাৰৰ থাকে ?

a)

এক

b)

দুই

c)

তিনি

d)

সাত

20.

তলৰ কোনবিধ বিহুৰ প্ৰধান বাদ্য নহয় ?

a)

ঢোল

b)

টকা

c)

সুতুলি

d)

বাঁহী