NEW
Font size
WorksheetsHistory of Assamese Literature
Total questions: 20
Worksheet time: 7mins
শংকৰদেৱৰ 'ভক্তিৰত্নাকৰ' পুথি কি ভাষাত ৰচিত
অসমীয়া
ব্ৰজাৱলী
সংস্কৃত
প্ৰাকৃত
মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছে
উত্তৰাকাণ্ড
আদিকাণ্ড
সুন্দৰাকাণ্ড
বালকাণ্ড
কােনগৰাকী কবিয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল
ৰুদ্ৰ কন্দলি
মাধৱ কন্দলি
হৰিবৰ বিপ্ৰ
শংকৰদেৱ
অসমীয়া সাহিত্য়ৰ প্ৰথমগৰাকী গদ্য়লেখক কোন
মাধৱদেৱ
ৰাম সৰস্বতী
মাধৱ কন্দলি
ভট্টদেৱ
চৰিত সাহিত্য় কি
বিষ্ণুৰ জীৱন সম্পৰ্কীয় সাহিত্য়
মধ্য়যুগৰ একপ্ৰকাৰৰ বুৰঞ্জী সাহিত্য়
মহাপুৰুষসকলৰ জীৱন আধাৰিত বিশেষ জীৱনী সাহিত্য়
অসমীয়া সাহিত্য়ৰ প্ৰাচীনতম নিদৰ্শন
অৰুনোদই কাকত-আলোচনী বিষয়ক তলৰ কোনটো মন্তব্য় অশুদ্ধ
অৰুনোদই আলোচনী ১৮৪৬ চনত প্ৰকাশিত হৈছিল
অৰুনোদই আলোচনীয়ে ৰোমান্টিক যুগৰ সূচনা কৰিছিল
অসমত বাংলা ভাষাৰ প্ৰচলন ৰোধত আলোচনীখনে ভূমিকা লৈছিল
আলোচনীখনমিছনেৰীসকলে প্ৰকাশ কৰিছিল
প্ৰথম অসমীয়া ভাষাৰ ব্য়াকৰণখন
Grammatical Notices of Assamese Language
A Grammar of Assamese Language
অসমীয়া ভাষাৰ ব্য়াকৰণ
অসমীয়া ল'ৰাৰ ব্য়াকৰণ
প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম
ৰামবিজয়
কানীয়া কীৰ্তন
জয়মতী
ৰাম-নৱমী নাটক
জোনাকী আলোচনীৰ প্ৰথম সম্পাদক
লক্ষ্মীনাথ বেজবৰুৱা
চন্দ্ৰকুমাৰ আগৰৱালা
হেমচন্দ্ৰ গোস্বামী
পদ্মনাথ গোহাঞিবৰুৱা
জোনাকী আলোচনী বিষয়ক তলৰ কোনটাে মন্তব্য় অশুদ্ধ
জোনাকী আলোচনী অভাউসা সভাৰ উদ্য়োগত প্ৰকাশ হৈছিল
জোনাকী আলোচনীৰ জৰিয়তে ৰোমান্টিক যুগৰ সূচনা হৈছিল
প্ৰথম আধুনিক অসমীয়া নাটকখনৰো প্ৰকাশ জোনাকীতে হৈছিল
১৮৮৯ চনত জোনাকীৰ প্ৰথম প্ৰকাশ হৈছিল
জয়ন্তী আলোচনীৰ যোগেদি অসমীয়া সাহিত্য়ত কি নতুন ধাৰাৰ সূচনা হৈছিল
ৰোমান্টিক সাহিত্য়ৰ ধাৰা
প্ৰগতিশীল সাহিত্য়ৰ ধাৰা
আধুনিকতাবাদী সাহিত্য়ৰ ধাৰা
উত্তৰ-আধুনিকতাবাদী সাহিত্য়ৰ ধাৰা
তলৰ কোনগৰাকী প্ৰগতিশীল ধাৰাৰ কবি
নৱকান্ত বৰুৱা
চন্দ্ৰকুমাৰ আগৰৱালা
ভবানন্দ দত্ত
দেৱকান্ত বৰুৱা
কোনখন আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্য়ত আধুনিকতাবাদী ধাৰাৰ সূচনা হৈছিল বুলিব পাৰি
জোনাকী
আৱাহন
ৰামধেনু
প্ৰান্তিক
প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদ সাহিত্য়ৰ কোনটো আন্দোলনৰ সৈতে জৰিত
ৰোমান্টিক
প্ৰগতিশীল
আধুনিকতাবাদী
অসমীয়া সাহিত্য়ৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থৰ লেখক
মহেশ্বৰ নেওগ
ডিম্বেশ্বৰ নেওগ
নগেন শইকীয়া
সত্য়েন্দ্ৰনাথ শৰ্মা
আত্মানুসন্ধান কাৰ আত্মজীৱনীমূলক গ্ৰন্থ
ভৱেন্দ্ৰনাথ শইকীয়া
সৌৰভ কুমাৰ চলিহা
হোমেন বৰগোহাঞি
মামণি ৰয়চম গোস্বামী
চৰ্যাপদ কোন ধৰ্মীয় পৰম্পৰাৰ গীত
বৈষ্ণৱ
শাক্ত
বৌদ্ধ
জৈন
তলৰ কোনখন পুথি হেম সৰস্বতীৰ দ্বাৰা ৰচিত নহয়
প্ৰহ্লাদ চৰিত
হৰগৌৰী সংবাদ
সাত্য়কি প্ৰৱেশ
শংকৰদেৱৰ প্ৰথম কাব্য়
বলিছলন
হৰিশ্চন্দ্ৰ উপাখ্য়ান
কুৰুক্ষেত্ৰ
অজামিল উপাখ্য়ান
অসমীয়া ভাষালৈ বাইবেল(ধৰ্মপুস্তক)ৰ প্ৰথম অনুবাদক
আত্মাৰাম শৰ্মা
নিধিৰাম ফাৰৱেল
নাথান ব্ৰাউন
মাইলচ্ ব্ৰন্সন
