NEW
Font size
WorksheetsBrainQ Bjborah
Total questions: 15
Worksheet time: 8mins
"আছিলি নিমাতী হই কত দিন ধৰি;
বলিল শীতল বাৱ
কুৰুৱাই দিলে ৰাৱ,
আহিল বসন্ত দৰা লাহ বাহ কৰি
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি।"
কবি?
ৰঘুনাথ চৌধুৰী
অতুলচন্দ্ৰ হাজৰিকা
গনেশ গগৈ
নৱকান্ত বৰুৱা
পানীপথৰ প্ৰথম যুদ্ধ :
1626
1530
1526
1630
অৰ্থশস্ত্ৰৰ লগত কাৰ সম্পৰ্ক আছে?
মৌৰ্য
মগধ
ছাকিয়ান
নন্দক
সম্পৰ্কিত ৰাজ্য :
মেঘালয়
ত্ৰিপুৰা
মিজোৰাম
নাগালেণ্ড
"Bird of Brahmaputra" ---
নিৰ্মলপ্ৰভা বৰদলৈ
নলিনীবালা দেৱী
ইন্দিৰা মিৰি
ভূপেন হাজৰিকা
ডিব্ৰুগড়ৰ আৰু কন্যাকুমাৰীৰ মাজত চলাচল কৰা ট্ৰেইন খনৰ নাম :
Vivek Express
Uday Express
Anubhuti Coach
Mahaparinirvan Express
যদিহে,
Ernst Boris Chain + Howard Walter Florey + X = Benzylpenicillin; Nobel prize 1945.
তেন্তে X= ?
Paul Hermann Müller
Carl Ferdinand Cori
Hermann Joseph Muller
Alexander Fleming
1905 চনৰ বংগ বিভাজনৰ বাবে দায়ী :
লৰ্ড ডেলহাউচী
লৰ্ড কাৰ্জন
লৰ্ড ৱেভেল
লৰ্ড ৰিপন
বিদুদ্যভী কোনটো চৰিত্ৰ অস্ত্ৰৰ নাম?
পৰশুৰাম
যম
কাৰ্তিক
ভীষ্ম
নামৰ ফালৰ পৰা সৌৰজগতৰ ব্যতিক্ৰমী গ্ৰহটো --
বুধ
শুক্ৰ
পৃথিৱী
শনি
"ব্লু ৰিবন স্প'ৰ্টছ"ৰ বৰ্তমান নাম:
নাইকী
এডিডাছ
পুমা
লাইনিং
ৰাষ্ট্ৰীয় পক্ষী : ৰেভন।
ৰাষ্ট্ৰীয় পশু টাকিন : টাকেন।
দেশখন :
শ্ৰীলংকা
ভূটান
মালয়েছিয়া
থাইলেণ্ড
টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভাৰতে 1951-52 চনত মাদ্ৰাজত জয় লাভ কৰিছিল। প্ৰতিপক্ষ আছিল--
West Indies
New Zealand
Australia
England
ব্যক্তিজন কাৰ লগত জড়িত ?
কপিল দেৱ
নৰেন্দ্ৰ মোদী
শচীন টেণ্ডুলকাৰ
মহিন্দ্ৰ সিং ধোনী
Identify
Vijaya Lakshmi Pandit
Bhairavi Desai
Anna Chandy
Pandita Ramabai Saraswati
