NEW
Font size
WorksheetsThink..it...
Total questions: 10
Worksheet time: 4mins
অসমৰ সংগীত জগতৰ এটি বিখ্যাত গীত "ক'ৰ এজাক সপোন যেন বৰষুণ"।প্ৰশ্ন হ'ল - গীতটিৰ গীতিকাৰ কোন?
জুবিন গাৰ্গ
হীৰেন ভট্টাচাৰ্য
ড° ভৱেন্দনাথ শইকীয়া
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
ছবিখনত দেখুওৱা আন্তঃৰাষ্ট্ৰীয় গায়কজন কোন ?
পল ৰবচন
ছাৰলি পুথ
জাষ্টিন বিবাৰ
এদ ছেৰান
জুবিন গাৰ্গ আৰু পাপন মহন্ত একেলগে সংগীত পৰিৱেশনৰ মূহুৰ্ত-
নমামী ব্ৰহ্মপুত্ৰ
প্ৰাগ চিনে এৱাৰ্ড
ৰ'দৰ চিঠিৰ promotion
নৰ্থ-ইষ্ট ফেষ্টিভেল
এখন ভাৰতীয় motivational চিনেমাৰ ছবি এইখন। প্ৰশ্ন হ'ল -nawazuddin Siddique অভিনীত এই চিনেমাখনৰ নাম কি ?
Highway
Badlapur
Monsoon shootout
Manjhi the mountain man
ফটো দুখন সংযোগ কৰিলে হ'ব -
একেফালে চাই আছে
এখন film
এটা গীত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা লিখিত কিতাপ -
Premtirth
Swatchsha Bharat abhiyan
Social distance
Believe india
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোৱৰণত ৰচিত কবিতাটি কাৰ ?
হীৰেন ভট্টাচাৰ্য
নলিনীৱালা দেৱী
ভূপেন হাজৰিকা
জুবিন গাৰ্গ
ভূপেন হাজৰিকাদেৱৰ এটি জনপ্ৰিয় গীত- " গোদাবৰী নৈৰে পাৰৰে পৰা…অসমী আইলৈ যাঁচো প্ৰণাম "। প্ৰশ্ন হ'ল - গীতটিত কোনে কণ্ঠ নিগৰাইছিল ?
কল্পনা লাজমী
আশা ভোষলে
লতা মংগেশকাৰ
নীলিমা খাতুন
অলপতে "বিশ্ব গ্ৰন্থ দিৱস" হৈ গৈছে। প্ৰশ্ন হ'ল- এই দিৱসটোৰ তাৰিখ কি আছিল ?
১৮ এপ্ৰিল
২৩ এপ্ৰিল
২২ এপ্ৰিল
১৯ এপ্ৰিল
কোনটো অসমীয়া খ্যাত কবিতাৰ আৰম্ভণি এইয়া ?
সাগৰ দেখিছা
ইয়াত নদী আছিল
মেকং নৈ দেখিলোঁ
মোৰ দেশ
