NEW
Font size
Worksheetsকুইজ প্ৰতিযোগিতা
Total questions: 15
Worksheet time: 5mins
গীতটি কোন খন বোলছবিৰ
ককাদেউতা আৰু নাতি ল'ৰা
ককাদেউতাৰ ঘৰ জোঁৱাই
ককাদেউতাৰ নাতি আৰু হাতী
ককাদেউতাৰ হাতী
দক্ষিণ ভাৰতৰ এই গৰাকী কণ্ঠ শিল্পীৰ এটি গীত অসমীয়া এটা গীতৰ লগত সম্পূৰ্ণ মিল আছিল৷ গীতটি বিগত কেইমাহ মানৰ আগত জনপ্ৰিয় হৈছিল ৷ কণ্ঠ শিল্পী গৰাকীৰ নাম কি?
কে কোকিল্লা
পি চুচিল
মাংগলি বাথুকাম্মা
শ্বাৰ্বনা ভাৰ্গভি
অডিঅ'টোত আজিৰ পৰা কেইবছৰ মান আগত জনপ্ৰিয় হোৱা এটা বিজ্ঞাপন ৷ বিজ্ঞাপনটো কোনটো কোম্পানীৰ লগত জড়িত?
ন'কিয়া
ডিচটিভি
এযাৰটেল
চেমচাং
কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটৰ দুয়োটা ইংনিচতে প্ৰথম শতক অৰ্জন কৰিছিল?
কপিল দেৱ
চুনিল গাভাস্কাৰ
বিজয় হাজাৰে
শচীন তেণ্ডুলকাৰ
গ্ৰীক ৰজা চেলুকজৰ কটকী হৈ চন্দ্ৰগুপ্তৰ ৰাজসভালৈ অহা পৰ্যটক গৰাকীৰ নাম কি?
হিউৱেন চাং
মেগাস্থানিচ
ফাহিয়ান
মেগেলান
তলৰ কোনটো চৰিত্ৰ শ্বেক্সপিয়েৰৰ নাটকৰ নহয়?
মিৰিন্দা
মেকবেথ
এন্টনিঅ
অডিচি
এটা বাকচত ৰঙা মাৰ্বলতকৈ বগা মাৰ্বল তিনিটা কম আছিল ৷ সেউজীয়া মাৰ্বলতকৈ বগা মাৰ্বল পাঁচটা বেছি আছিল ৷ যদি বগা মাৰ্বল ১০টা আছিল তেন্তে বাকচত মুঠ মাৰ্বল কিমান আছিল?
১৫টা
২৮টা
১৮টা
২৫ টা
আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু সৰু লোক সভা সমষ্টি দুটাৰ নাম কি?
পশ্চিম অৰুণাচল আৰু গুৱাহাটী
পশ্চিম অৰুণাচল আৰু দিল্লী সদৰ
লাদাখ আৰু গোৱা
লাদাখ আৰু চান্দিনি চক
২০১৪ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে উন্নীত কৰা পূবলৈ চোৱা নীতি প্ৰথমে কোনে আৰম্ভ কৰিছিল?
মনমোহন সিং
পি ভি নৰসিংহ ৰাও
অটল বিহাৰী বাজপেয়ী
ইন্দিৰ গান্ধী
এগৰাকী প্ৰাক্তন ভাৰতীয় খেলুৱৈ তেওঁ ৰজ্ঞী ট্ৰফীত বেংগলৰহৈ অংশ গ্ৰহণ কৰিছিল ৷১৯৬২ চনত গ্ৰীষ্ম অলিম্পিকতো ভাৰতীয় ফুটবল দলৰ হৈ খেলিছিল ৷ খেলুৱৈ গৰাকীৰ নাম কি?
চুনি গোস্বামী
টালিমেৰণ আও
গিলবাৰ্ট চাংগমা
সুুুুধিন্দ্ৰ সিং
১৯৮৭ চনত মিজোৰাম আৰু অৰুণাচল প্ৰদেশে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি পাঁওতে ভাৰতৰ আন এখন ৰাজ্যইও স্বীকৃতি পাইছিল ৰাজ্য খনৰ নাম কি?
চিকিম
ঝাৰখণ্ড
গোৱা
হিমাচল প্ৰদেশ
ফকৰা ফাঁকি সম্পূৰ্ণ কৰক: আগবাৰী শুৱনি কাকিনি তামোলে,পাছবাৰী শুৱনি পাণ,-------------
তোমালৈ বুলি বিহুৱান পঠালো কথাটো কৰিবা কাণ
বৰ ঘৰৰ শুৱনি জীয়ৰি ছোৱালী উিলিয়াই দিবলৈ টান
বাৰীৰে শুৱনি জাতি বাঁহ এজোপি কাটিবি আহিলে বান
উলিয়াই দিলে লোকৰে ঘৰতে বুজিব ঘৰৰে মান
অমিলটো বাচক
জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ কোনটো চৰিত্ৰত তেখেতে অভিনয় কৰিছিল?
কৈকেয়ী
উৰ্মিলা
মন্থৰা
বসুমতি
চিত্ৰত থকা ল'গটো(logo) তলৰ কোনটো অপমাৰ্জকৰ(detergent) সৈতে জড়িত?
চাৰ্ফ Surf excel
টাইড Tide
ৰিন Rin
এৰিয়েল Areil
