WorksheetsArya Bhasa_602_6th Sem
Total questions: 20
Worksheet time: 12mins
সন্দেশ ৰাসকৰ ৰচক কোন ?
বাকপতিৰাজ
শূদ্ৰক
আব্দুল ৰহমান
প্ৰবৰসেন
গাহাসত্তসঈ ভাষা কি ?
মহাৰাষ্ট্ৰী প্ৰাকৃত
সৌৰসেনী
মাগধী
পৈশাচীক
ধৰ্মপদ কোনখন গ্ৰন্থৰ অন্তৰ্গত ?
সুত্ত পিটক
বিনয় পিটক
অভিধৰ্ম পিটক
জাতক
'হেমচন্দ্ৰৰ' ব্যাকৰণখনৰ নাম কি ?
প্ৰাকৃত চন্দিকা
প্ৰাকৃত সৰ্বস্ব
কাব্যাদৰ্শ
সিদ্ধ হেমচন্দ্ৰ শব্দানুশাসন
প্ৰাকৃত সাহিত্য চয়ন গ্ৰন্থৰ ৰচক কোন ?
নগেন ঠাকুৰ
গোলোকচন্দ্ৰ গোস্বামী
ভীমকান্ত বৰুৱা
অৰ্পনা কোঁৱৰ
পালি ভাষাৰ ব্যঞ্জনধ্বনি কেইটা ?
২৩ টা
২৭ টা
৩৩ টা
৩২ টা
কীৰ্তিলতাৰ ৰচক কোন ?
বিদ্যাপতি
পিংগলাচাৰ্য
বিনয়চন্দ্ৰ সুৰি
কালিদাস
সাতবাহন বংশীয় ৰজাসকলে কিমান গাথা সংকলন কৰিছিল ?
৩০০
৫০০
৮০০
৭০০
'হৰ্ষচৰিত'ৰ ৰচক কোন ?
পাণিনী
প্ৰবৰসেন
বাণভট্ট
ভৰ্ত্তিহৰি
প্ৰাকৃত শব্দৰ প্ৰাকৃত ৰূপ কি ?
পাউঅ
পউম
পউঅ
প্ৰাছতং
বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাত বিকাশৰ স্তৰ কেইটা ?
দুটা
পাঁচটা
চাৰিটা
তিনিটা
কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ জন্ম হৈছে -
কামৰূপী প্ৰাকৃত
মাগধী প্ৰাকৃত
পৈশাচী প্ৰাকৃত
সৌৰসেনী প্ৰাকৃত
মধ্যভাৰতীয় আৰ্যভাষাৰ বিকাশৰ সময় -
খৃঃপূঃ ১৫০০ৰ পৰা দশম শতিকা
খৃঃপূঃষষ্ঠৰ পৰা দশম শতিকা
খৃঃপূঃ ১মৰ পৰা দশম শতিকা
খৃঃপূঃ দশমৰ পৰা বৰ্তমানলৈকে
অসমীয়া ভাষাৰ মৌলিক বিচাৰ গ্ৰন্থৰ লেখক -
ড০ ৰমেশ পাঠক
ড০ উপেন্দ্ৰনাথ গোস্বামী
ড০ বাণীকান্ত কাকতি
ড০ দেৱানন্দ ভৰালী
'সন্দেশ ৰাসক' শব্দটোৰ অৱহট্ঠ ৰূপ কি ?
সন্দেশ ৰাসয়ং
সংণেহৰাসয়
সংণেহ সিৰিয়ং
সন্দেহ ৰইয়ং
Westerguardৰ মতে পালি ভাষাৰ জন্ম স্থান
উজ্জয়িনী
মগধ
বিন্ধ্যা অ়ঞ্চল
কোশল
মাগধী প্ৰাকৃতৰ উপভাষা কোনটো নহয় -
শাকাৰী
চাণ্ডালী
শাৱৰী
পূৰ্বী
কোনটো পালি ভাষাত নাই
স্বৰ সন্ধি
বমিস্সক সন্ধি
নিগ্ গহীত সন্ধি
ব্য়ঞ্জন সন্ধি
সংস্কৃতৰ স্বৰ ধ্বনি হৈছে -
১৬টা
১৪টা
৮টা
২৩টা
নীতিশতকম্ শ্লোকৰ ৰচক -
পতঞ্জলি
ৰামৰায়
কালিদাস
ভতৃহৰি
