wayground logo

Free Printable Worksheets

NEW

Font size

S
M
L
XL
Worksheets

Assamese 1st language

Total questions: 10

Worksheet time: 5mins

Name
Class
Date
1.

তলৰ কোনটো বিশেষণ পদ

a)

কলম

b)

কিতাপ

c)

মানুহ

d)

পকা

2.

ল'ৰাবোৰে খেলি আছে ।ইয়াত ল'ৰাবোৰে শব্দটোৰ উপযুক্ত সৰ্বনাম পদ কি হ'ব

a)

সি

b)

মই

c)

আমি

d)

সিহঁত

3.

তলৰ গুণৰ নাম বুজোৱা শব্দ কোনটো?

a)

ভালুক

b)

সুন্দৰতা

c)

বিদ্যালয়

d)

কবি

4.

আপুনি ভালে আছেনে? ইয়াত 'আপুনি' শব্দটো কি পদ?

a)

বিশেষ্য

b)

বিশেষণ

c)

সৰ্বনাম

5.

তুমি দেওবাৰে আহিবা। ইয়াত বিশেষ্য পদ কোনটো?

a)

তুমি

b)

দেওবাৰে

c)

আহিবা

6.

অমিল পদটো বিচাৰি উলিওৱা।

ককা , মোহন , বুধবাৰ , আমি

a)

ককা

b)

মোহন

c)

বুধবাৰ

d)

আমি

7.

মই মিঠা আম খাওঁ।

ইয়াত বিশেষণ পদ কোনটো?

a)

মই

b)

মিঠা

c)

আম

d)

খাওঁ

8.

শিক্ষকে পঢ়াই আছে।

ইয়াত বিশেষ্য পদ কোনটো

a)

শিক্ষকে

b)

পঢ়াই

c)

আছে

9.

শুদ্ধতা,কোমলতা,সুন্দৰতা,সততা আদি কিহৰ নাম?

a)

বস্তুৰ নাম

b)

মাহৰ নাম

c)

ভাবৰ নাম

10.

কি পদৰ একবচন আৰু বহুবচন ৰূপ আছে?

a)

বিশেষ্য পদৰ

b)

বিশেষণ পদৰ

c)

সৰ্বনাম পদৰ